Home মুখ্য পৃষ্ঠা মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনা থিতাতে নিহত  ২১...

মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনা থিতাতে নিহত  ২১ বছৰীয়া যুৱক

98
0

মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনা

  • থিতাতে নিহত  ২১ বছৰীয়া যুৱক
মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনাত থিতাতে নিহত  ২১ বছৰীয়া যুৱক। ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰিব বিচৰাৰ সময়তে মহানগৰ অভিমুখী নৈশ বাছ এখনে তীব্ৰ জোৰে খুন্দা মাৰে যুৱক জনক। বহু দূৰ মহতীয়াই নিয়াৰ পাছত পলায়ন কৰে নৈশ বাছ খন। নিহত যুৱক জনক গোলজাৰ হুছেইন (২১)বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।যুৱক জনৰ ঘৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত হয়বৰগাঁৱৰ বুলি ভোটাৰ পৰিচয় পত্ৰৰ পৰা জানিব পৰা গৈছে।
news@Khairul Islam from Bhuragau, Morigaon, assam 

LEAVE A REPLY

Please enter your comment!
Please enter your name here