Home মুখ্য পৃষ্ঠা নাজিৰা মহকুমাত আবকাৰী বিভাগৰ অভিযান, ৪ জনক আটক

নাজিৰা মহকুমাত আবকাৰী বিভাগৰ অভিযান, ৪ জনক আটক

112
0

নাজিৰা মহকুমাত আবকাৰী বিভাগৰ অভিযান,৪ জনক আটক          

মেছাগঢ়ৰ প্ৰতিবেদক ৪ জানুৱাৰী: নাজিৰা মহকুমাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে মহকুমাটোৰ অন্তগৰ্ত কচুটেকেলী,ফুলনিবাৰী,বৰবাৰী,কছাৰীগাওঁকে ধৰি বিভিন্ন অঞ্চলত এক অভিযান চলাই ৪ জন লোকক আটক কৰি ৬ টাকৈ গোচৰ ৰুজু কৰে৷উক্ত অভিযানত ৫০ লিটাৰ চুলাই মদ,২৪০ লিটাৰ চুলাই মদ তৈয়াৰ কৰা পাছ আৰু ২টা মদ বনোৱা যন্ৰ জব্দ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here