Home মুখ্য পৃষ্ঠা চামগুৰি  কাছখাইটীত অনুষ্ঠিত ফুটবল ফাইনেলত আশীঘৰ  জয়ী

চামগুৰি  কাছখাইটীত অনুষ্ঠিত ফুটবল ফাইনেলত আশীঘৰ  জয়ী

204
0
চামগুৰি  কাছখাইটীত অনুষ্ঠিত ফুটবল ফাইনেলত আশীঘৰ  জয়ী
দৈনন্দিন বাৰ্তা লাইভ@জহিৰুল ইছলাম-ৰূপহীহাট-২৫ জানুৱাৰীঃনগাঁও জিলাৰ চামগুৰি সমষ্ঠিৰ অন্তৰ্গত কাছখাইটী খেল পথাৰত আজি ইমান আলী বেপাৰী চলন্ত ট্ৰৰ্ফীৰ ফাইনেল খেলখন অনুষ্ঠিত হয় ৷উক্ত খেলখনত আশীঘৰ আৰু কৰৈগুৰি দলৰ মাজত অনুষ্ঠিত হয় ৷খেলত আশীঘৰে কৰৈগুৰিক ৪-০ গলৰ ব্যাৱধানত পৰাজিত কৰে ৷আশীঘৰ দলত দুজন নিগ্ৰু খেলুৱৈয়ে আজি সকলোৰে দৃষ্টি আকৰ্ষন কৰে ৷বটাঁ বিতৰনী সভাত প্ৰাক্তন মন্তী ৰকিবুল হুছেইন,ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আৰু নগাঁও উপ আৰক্ষী অধীক্ষক উপস্থিত থাকি বিজযী আশীঘৰ দলক ট্ৰৰ্ফী বিতৰন কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here