Home মুখ্য পৃষ্ঠা আজিৰে পৰা আৰম্ভ নিখিল ৰাভা ছাত্ৰ সন্হাৰ ষষ্ঠদশ আৰু মহিলা পৰিষদৰ নৱম...

আজিৰে পৰা আৰম্ভ নিখিল ৰাভা ছাত্ৰ সন্হাৰ ষষ্ঠদশ আৰু মহিলা পৰিষদৰ নৱম দ্বি – বাৰ্ষিক  কেন্দ্ৰীয় অধিবেশন

116
0

আজিৰে পৰা বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ প্ৰয়াত অমিতাভ ৰাভা সোঁৱৰনী ক্ষেত্ৰত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা নিখিল ৰাভা ছাত্ৰ সন্হাৰ ষষ্ঠদশ আৰু মহিলা পৰিষদৰ নৱম দ্বি – বাৰ্ষিক  কেন্দ্ৰীয় অধিবেশনৰ চণ্ডীচৰন ৰাভা সোঁৱৰনী মুখ্য তোৰন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি অধিবেশনৰ সকলো কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বাক্সা জিলা আৰক্ষী অধীক্ষক বিনয় কলিতাই ৷

নিখিল ৰাভা ছাত্ৰ সন্হাৰ ষষ্ঠদশ আৰু মহিলা পৰিষদৰ নৱম দ্বি – বাৰ্ষিক  কেন্দ্ৰীয় অধিবেশন

ফটো : উৎপল ডেকা

LEAVE A REPLY

Please enter your comment!
Please enter your name here