Home মুখ্য পৃষ্ঠা কাছুমাৰাত অৱসৰ প্ৰাপ্ত শিক্ষকৰ মৃত্যু

কাছুমাৰাত অৱসৰ প্ৰাপ্ত শিক্ষকৰ মৃত্যু

71
0

কাছুমাৰাত অৱসৰ প্ৰাপ্ত শিক্ষকৰ মৃত্যু

দৈনন্দিন বাৰ্তা Live@নগৰবেৰাঃ২৮জানুৱাৰীঃকামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যানগৰ গাঁৱত এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকৰ মৃত্যু হয়।জানিব পৰা মতে বৰপেটা জিলাৰ দক্ষিন প্ৰান্তৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা এন¸চি গাঁৱৰ বাসিন্দা তথা শিমুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক নুৰুল ইছলাম(৮০) ব্যৰ্দ্ধক্যজনীত কাৰনত আজি নিশা কামৰূপ জিলাৰ বকো সমষ্টিৰ বিদ্যানগৰত থকা তেওঁৰ বৰ্তমানৰ বাসগৃহত মৃত্যু হয়। ২০০৪ ইং চনত অৱসৰ গ্ৰহন কৰা শিক্ষক গৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে এক পুত্ৰ¸আঠ গৰাকী কন্যা আৰু বহু আত্মীয়-স্বজন ইহসংহাৰত এৰি থৈ যায়। শিক্ষক গৰাকীৰ মৃত্যুত উল্লেখিত দুয়োখন অঞ্চলত এক গভীৰ শোকৰ ছাঁ পৰিছে। ৰাতিপুৱা ভাগত অসংখ্য গুণমুগ্ধৰ উপস্হিতিত তেওঁৰ জানাজা সম্পন্ন কৰা হয়।  

LEAVE A REPLY

Please enter your comment!
Please enter your name here