Home মুখ্য পৃষ্ঠা শুৱালকুছিত ৬৯তম গণৰাজ্য দিৱস উদযাপন

শুৱালকুছিত ৬৯তম গণৰাজ্য দিৱস উদযাপন

294
0

শুৱালকুছিত ৬৯তম গণৰাজ্য দিৱস উদযাপন

দৈনন্দিন বাৰ্তা লাইভ গুৱাহাটী ২৬ জানুৱাৰী
শুৱালকুচি টাইকোৱাণ্ডা একাডেমিত উদোগত ৬৯ তম গণৰাজ্য দিৱস উদযাপন কৰে ।পুৱা ৭, ৩০ বজাত বুধৰাম মাধৱদেৱ সত্ৰাধিকাৰ শুৱালকুচি কলেজৰ শিক্ষা বিভাগৰ প্ৰৱক্তা ৰঞ্জিত টাকুদেৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা ।অনুষ্ঠান টিত উপস্থিত থাকে বিশিষ্ট সমাজ সেৱীকা কাকলি দাস, হীৰেন কলিতা, টাইকোৱাণ্ডা একাডেমি প্ৰশিক্ষক ৰাকেশ কলিতা, খেলুৱৈ ঋষি দাস, সঞ্জয় চহৰীয়া লগতে অঞ্চলটো শতাধিক ৰাইজ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here