Home মুখ্য পৃষ্ঠা দেওপানী শাখা সাহিত্য সভাৰ উদ্যোগত স্মৃতি দিৱস পালন ৷

দেওপানী শাখা সাহিত্য সভাৰ উদ্যোগত স্মৃতি দিৱস পালন ৷

106
0

দেওপানী শাখা সাহিত্য সভাৰ উদ্যোগত স্মৃতি দিৱস পালন ৷৷

দৈনন্দিন বাৰ্তা LIVE দেওপানীৰ পৰা দিগন্ত মহন্ত: — ১৯৮৭ চনৰ ২৮ জানুৱাৰীত কাৰবি আংলং জিলা সাহিত্য সভাৰ কামত ব্যস্ত থাকোতে দুৰঘটনা পতিত হৈ মৃত্যু বৰণ কৰা দেওপানী গাঁৱৰ চফল যুৱক তৃদ্বয় ক্ৰমে গোলাপ বৰা, অতুল শইকীয়া, দুলেশ্বৰ গগৈৰ প্ৰৱিত্ৰ স্মৃতিত দেওপানী শাখা সাহিত্য সভাই ২৮ জানুৱাৰী দেওবাৰে দিন যোৰা কায্য সূচীৰে স্মৃতি দিৱস টি উদয্যাপন কৰে ৷ পুৱা ৮ : ৩০ বজাত সাহিত্য সভাৰ পতাকা ওত্তোলন কৰে দেওপানী শাখাৰ সভাপতি শ্ৰী যুত নৱীন বৰা দেৱে ৷ শ্বহীদ পৰীয়ালৰ সদষ্য সকলৰ দাৰা স্মৃতি তৰপন কৰা হয় ৷ তাৰ পিছতে আৰম্ভ হোৱা সভাত ভাষা জননীৰ সেৱক সকলৰ ত্যাগৰ বিষয়ে আলোচনা কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ লগত কিছু ভাৱ বিনিময় কৰা হয় ৷৷৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here