Home মুখ্য পৃষ্ঠা মুঢ়ানীৰ দেউৰাম ভূঞাৰ মৃত্যু:

মুঢ়ানীৰ দেউৰাম ভূঞাৰ মৃত্যু:

79
0

:মুঢ়ানীৰ দেউৰাম ভূঞাৰ মৃত্যু:

 দৈনন্দিন বাৰ্তা LIVE (দিব্যজ্যোতি ভূঞা,)নিজা প্ৰতিবেদক, চামগুৰি, ১৩ ফেব্ৰুৱাৰী:—
নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী মুঢ়ানী গাঁৱৰ সৰবৰহী ব্যক্তি দেউৰাম ভূঞাৰ (৮০) আজি নিশা আঠ বজাত নিজ বাসগৃহত মৃত্যু হয়৷মৃত্যুৰ সময়ত ভূঞাই পত্নী,দুজন পুত্ৰ,বোৱাৰীসহ আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়৷তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here