Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পঞ্জাবৰ অমৃতসৰৰ গ্ৰেনেড বিস্ফোৰণত তিনিজন নিহত

পঞ্জাবৰ অমৃতসৰৰ গ্ৰেনেড বিস্ফোৰণত তিনিজন নিহত

178
0
  • পঞ্জাবৰ অমৃতসৰৰ এখন গাঁৱত গ্ৰেনেড বিস্ফোৰণত তিনিজন নিহত।
  • বিস্ফোৰণত আহত হয় প্ৰায় ২০ জন লোক। ইয়াৰে কেইবাজনো আহতৰ অৱস্থা সংকটজনক।
  • এই বিস্ফোৰণৰ পিছতে ৰাজধানী দিল্লী আৰু নয়দাত জাৰি কৰা হৈছে সতৰ্কবাণী।
  • প্ৰত্যক্ষদৰ্শীৰ মতে বাইকত অহা দুই যুৱকে ৰাজাসাছী গাঁৱৰ নিৰংকাৰী ভৱনলৈ লক্ষ্য কৰি নিক্ষেপ কৰে গ্ৰেনেড।
  • গ্ৰেনেড নিক্ষেপৰ সময়ত সেই স্থানত আছিল প্ৰায় ২৫০ জন লোক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here