Home মুখ্য পৃষ্ঠা মায়ামৰা ধৰ্মৰ গৱেষক ভৱকান্ত কোঁৱৰ চিকিৎসালয়ত

মায়ামৰা ধৰ্মৰ গৱেষক ভৱকান্ত কোঁৱৰ চিকিৎসালয়ত

151
0

DB Live , মদাৰখাতঃ ডিব্ৰুগড়ৰ সাহিত্যিক পেঞ্চনাৰ তথা ৰহমৰীয়া গড়পৰা কোঁৱৰ গাঁওৰ নিবাসী সু-লেখক,বৈষ্ণৱ পণ্ডিত ভৱকান্ত কোৱৰ শাৰীৰিক অসূস্থতাৰ বাবে  ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত  চিকিৎসাধীন হৈ আছে। সাহিত্যিক গৰাকী শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ধৰ্ম দৰ্শন আৰু সাম্প্ৰতিক মায়ামৰা সমাজ, শ্ৰীকৃষ্ণৰ সহস্ৰ নামৰ বিচাৰ’, ‘ভক্তি নিজৰা, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ চৰিত আৰু মায়ামৰা সত্ৰৰ গোসাঁই সকলৰ বংশাৱলীৰ সত্যিণ্বেষণ আদি গ্ৰন্থ ৰচনাৰে মায়ামৰা বৈষ্ণৱ সমাজ-সংস্কৃতিলৈ বিশেষ অৰিহণা আগবঢ়োৱা কোৱৰ দেৱে “ভক্তি মংগল ঘোষা মৌ-কোহ গ্ৰন্থৰ বাবে পণ্ডিত বুলি মায়ামৰা বৈষ্ণৱ সমাজত চৰ্চিত ব্যক্তি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here