Home ক্রীড়া-জগত বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত বাক্সাৰ লাভলিনা বৰগোহাঁই

বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত বাক্সাৰ লাভলিনা বৰগোহাঁই

181
0
  • বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁইৰ।
  • ৬৯ কিলোগ্ৰাম শাখাত পানামাৰ এথেইনা বাইলনক ৫-০ৰ ব্যৱধানত হৰুৱাই কোৱাৰ্টাৰত প্ৰৱেশ কৰে লাভলিনাই।
  • আনহাতে, ৮১ কিলোগ্ৰাম শাখাতো অসমৰ ভাগ্যৱতী কছাৰীয়ে জাৰ্মানীৰ আইৰিনা নিকোলেতা ছোনবাৰজাৰক  হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
  • দিল্লীত অনুষ্ঠিত হৈছে বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাখন।‍

LEAVE A REPLY

Please enter your comment!
Please enter your name here