Home অসম নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

206
0
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যৰ জাতীয় দল-সংগঠনৰ প্ৰতিবাদ।
  • প্ৰখ্যাত সমাজকৰ্মী সন্দীপ পাণ্ডেৰ নেতৃত্বত আজি অসমলৈ আহিব National alliance of people movementৰ ২০জনীয়া দল।
  • দলটোৱে অংশ ল’ব বৰপেটাৰ মন্দিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল সমাৱেশত।
  • জাতিধ্বংসী বিধেয়ক সন্দৰ্ভতো অসমৰ বুদ্ধিজীৱী আৰু ৭০টা সংগঠনেৰ নেতৃত্বৰে বৈঠকত মিলিত হ’ব দলটো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here