- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যৰ জাতীয় দল-সংগঠনৰ প্ৰতিবাদ।
- প্ৰখ্যাত সমাজকৰ্মী সন্দীপ পাণ্ডেৰ নেতৃত্বত আজি অসমলৈ আহিব National alliance of people movementৰ ২০জনীয়া দল।
- দলটোৱে অংশ ল’ব বৰপেটাৰ মন্দিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল সমাৱেশত।
- জাতিধ্বংসী বিধেয়ক সন্দৰ্ভতো অসমৰ বুদ্ধিজীৱী আৰু ৭০টা সংগঠনেৰ নেতৃত্বৰে বৈঠকত মিলিত হ’ব দলটো।