Home ক্রীড়া-জগত চিৰিংহোলা ফুটবল লীগঃ পাৰ্বতীপুৰ চাহ বাগিচা জয়ী

চিৰিংহোলা ফুটবল লীগঃ পাৰ্বতীপুৰ চাহ বাগিচা জয়ী

221
0

DB Live , মদাৰখাত ২৬ নৱেম্বৰঃ চিৰিংহোলা বাপুজী যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক ফুটবল লীগৰ প্ৰথম ৰাউণ্ডৰ দেওবাৰে অনুষ্ঠিত হোৱা খেলত পাৰ্বতীপুৰ চাহ বাগিচাই বচাপথাৰ একাদশক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে৷ একমাত্ৰ গ’লটো দিয়ে কৰণ উৰাঙে৷ দেওবাৰে অনুষ্ঠিত খেলখন পৰিচালনা কৰে ৰঞ্জিত বৰুৱা, জলিন গগৈ আৰু ৰাতুল দত্তই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here