Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত নিকট দূৰত্বত অৱস্হান মোডী-ৰাহুলৰ মাত-বোল নাই

বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত নিকট দূৰত্বত অৱস্হান মোডী-ৰাহুলৰ মাত-বোল নাই

222
0

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৱবিশিষ্ট তিনিখন ৰাজ্যত কংগ্ৰেছে জয়লাভ কৰাৰ পিছত বৃহস্পতিবাৰে সংসদৰ এক কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ পৰস্পৰে পৰস্পৰৰ ওচৰতে থাকে যদিও কোনোৱে মাত-বোল নকৰে। উল্লেখ্য ২০০১ ত সংসদ ভৱন আক্ৰমণত শ্বহীদ হোৱা সলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে দুয়ো একেলগ হৈছিল

ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মনমোহন সিঙৰ সৈতে বাৰ্তালাপ

কৰা পৰিলক্ষিত হয়। অৱশ্যে ৰাহুল গান্ধীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোয়েল আৰু সামাজিকন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথৱালেয়ে কৰমৰ্দন কৰে। এই

কাৰ্যসূচীত ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন, বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানি আৰু ইউ পি এৰ অধ্যক্ষ ছোনিয়া

গান্ধীয়ে ভাগ লয়।সংসদ ভৱন আক্ৰমণত শ্বহীদ হোৱা সলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে দুয়ো একেলগ হৈছিল। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মনমোহন সিঙৰ সৈতে বাৰ্তালাপ কৰা পৰিলক্ষিত হয়। অৱশ্যে ৰাহুল গান্ধীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোয়েল আৰু সামাজিকন্যায় দপ্তৰৰ

ৰাজ্যিক মন্ত্ৰী ৰামদাস আথৱালেয়ে কৰমৰ্দন কৰে। এই কাৰ্যসূচীত ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন, বিজেপিৰ প্ৰবীণ

নেতা এল কে আদৱানি আৰু ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ভাগ লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here