Home অসম দাউ -দাউকৈ জ্বলি উঠিল যাত্ৰীবাহী টাটা মেজিক

দাউ -দাউকৈ জ্বলি উঠিল যাত্ৰীবাহী টাটা মেজিক

151
0

মৰাণৰ পৰা কৰুণা ফুকন– মৰাণ বামুনবাৰী হাইস্কুলৰ সন্মূখত মৰাণ-নাহৰকটীয়া পথত যাত্ৰীবাহী টাটা মেজিক দাউ -দাউকৈ জ্বলি উঠিল ।মেজিকৰ পৰা জপিয়াই কথমপি প্ৰাণ ৰক্ষা যাত্ৰী।কেনেকৈ জুই লাগিল জানিব পৰা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here