Home উত্তৰ-পূব আজিৰ পৰা ৫ দিন বন্ধ থাকিব চৰকাৰী খণ্ডৰ বেংক সেৱা

আজিৰ পৰা ৫ দিন বন্ধ থাকিব চৰকাৰী খণ্ডৰ বেংক সেৱা

159
0

গুৱাহাটীৰ পৰা পুজাশ্ৰী কলিতী প্ৰতিবেদনঃ
ফলত দেশৰ লগতে অসম তথা উত্তৰ-পূবৰ গ্ৰাহক সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱ

দৰমহা বৃদ্ধি আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ চামিলকৰণৰ প্ৰতিবাদ জনাই আজি আৰু ২৬ ডিচেম্বৰত দেশজুৰি অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেশ্যনে  আৰু য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ ধৰ্মঘটৰ কাৰ্যসূচী ঘোষণা কৰিছে।

আন বন্ধৰ ফলত আজিৰ পৰা কেইবাদিনৰ বাবে বেংকসমূহ বন্ধ হৈ পৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here