Home মুখ্য পৃষ্ঠা বহুবছৰৰ অপেক্ষা অৱশেষত অন্ত পৰিব আজি

বহুবছৰৰ অপেক্ষা অৱশেষত অন্ত পৰিব আজি

202
0

DB LIVE  পূজাশ্ৰী কলিতা প্ৰতিবেদনঃ
১৭বছৰীয়া অপেক্ষাৰ অন্তত মুকলি হ’ব দেশৰ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংলগ্ন দলংখন।
আজি পৱিত্ৰ বৰদিন তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনটোতে দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বগীবিল দলং মুকলি কৰিবলৈ মাজত মাথো কেইঘণ্টামান
প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ পূৰ্বে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে
আজি দিনৰ ডেৰ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’ব প্ৰধান মন্ত্ৰী গৰাকী তাৰ পৰা পোনে পোনে হেলিকপ্টাৰেৰে উপস্থিত হ’ব বগীবিলত। বগীবিলত উপস্থিত হৈয়ে মোদীয়ে অসমবাসীলৈ উত্‍সৰ্গিত কৰিব বগীবিল দলং

LEAVE A REPLY

Please enter your comment!
Please enter your name here