Home মুখ্য পৃষ্ঠা বগীবিল দলঙৰ ওপৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা,থিতাতে মৃত্যু এটি ৭ বছৰীয়া শিশু

বগীবিল দলঙৰ ওপৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা,থিতাতে মৃত্যু এটি ৭ বছৰীয়া শিশু

363
0

DB LIVE পূজাশ্ৰী কলিতা,নিউজ ডেস্ক,গুৱাহাটীঃ

বগীবিল দলঙৰ ওপৰত সংঘটিত হৈছো এক শিহৰণকাৰী পথ দুৰ্ঘটনা।
দ্ৰুতবেগী বাহনৰ আগত পৰি মৃত্যু হয় এটি ৭ বছৰীয়া শিশুৰ।
গাড়ীখনৰ আৰোহীৰ ম’বাইল কেমেৰাত আবদ্ধ দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here