Home মুখ্য পৃষ্ঠা ফিল’বাৰীত আজিৰে পৰা ‘ৰসবাৰী পৰ্যটন মেলা’

ফিল’বাৰীত আজিৰে পৰা ‘ৰসবাৰী পৰ্যটন মেলা’

147
0

DB Live ফিল’বাৰী:
আজিৰে পৰা তিনিচুকীয়া জিলাৰ পেঙেৰী সমীপৰ ঐতিহাসিক দূৱাৰমৰা নৈ’ৰ পাৰৰ ৰসবাৰীত অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক ‘ৰসবাৰী পৰ্যটন মেলা’৷ মুলতঃ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী বুঢ়ীদিহিং অঞ্চলৰ গ্ৰাম্য পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই মেলাক লৈ এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বুঢ়ীদিহিং অঞ্চল ৷ অহা ৩০ ডিচেম্বৰত সামৰণি পৰিব এই পৰ্যটন মেলাৰ কাৰ্যসূচী ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here