Home মুখ্য পৃষ্ঠা নতুন দিগন্তৰে অসম উজলি উঠক…

নতুন দিগন্তৰে অসম উজলি উঠক…

267
0
A view of Sunset at the bank of river Disangmukh in Sivsagar on 30-12-18 Pix by UB Photos

প্ৰভাত গোস্বামী
যোৱা বছৰটোত অসমৰ বাবে বহুত গুৰুত্বপূৰ্ণ তথা শংকাৰ বছৰ আছিল বুলি আমাৰ বাৱ হয়। নতুন বছৰত আশা কৰো যে এই শংকাত ডাৱৰ আঁতৰিব বুলি আমাৰ বাৱ হয়। এনে এঠা সময় যে সকলো অসমীয়া মানুহে এই নতুন বছৰত সংকল্প লোৱা প্ৰয়োজনে যে আমি জাতিটোৰ বাবে সকলো ত্যাগ স্বীকাৰ কৰি হ’লেও জাতিৰ অস্তিত্ব ৰক্ষা কৰিম।
নতুন বছৰৰ শুভেচ্ছা সকলোলৈকে জনালোঁ। আশা কৰিছো যে এক নতুন দিগন্তৰে অসম উজলি উঠক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here