Home মুখ্য পৃষ্ঠা গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে- বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ

গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে- বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ

174
0

দৈনন্দিন বাৰ্তা লাইভ,বিলাসীপাৰাঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখাৰ উদ্যোগত বিলাসীপাৰা গান্ধী চ’কত ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে-বন্তি প্ৰজ্জ্বলন কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিশ্বজিত শৰ্মা, নৱ বৰুৱা, হেমন্ত দাস কে ধৰি অৰ্ধশতাধিক আছুৰ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখা সমিতিৰ কৰ্মী সকলে উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here