Home অসম ২৮ জানুৱাৰীত অসম বিধান সভাৰ অধিৱেশন

২৮ জানুৱাৰীত অসম বিধান সভাৰ অধিৱেশন

136
0

নিউজ ডেস্কঃ ২৮ জানুৱাৰীৰ পুৱা ৯.৩০ বজাত অসম বিধান সভাৰ এখন অধিৱেশন দিছপুৰত অৱস্থিত অসম বিধান সভাৰ কক্ষত অনুষ্ঠিত হ’ব। অসম বিধান সভা সচিবালয়ৰ দ্বাৰা জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here