Home মুখ্য পৃষ্ঠা ফকিৰগঞ্জত আছুৰ উত্তাল প্ৰতিবাদ

ফকিৰগঞ্জত আছুৰ উত্তাল প্ৰতিবাদ

219
0

DB LIVE হাটশিঙিমাৰীৰ বিশেষ প্ৰতিবেদন

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিধেয়ক খনৰ প্ৰতিলিপি দাহ কৰি ফকিৰগঞ্জত আজি পুৱা ১১ বজাত ক’লা বেজ পৰিধান কৰি অসম চৰকাৰ হায় হায়,

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক আদি শ্লোগানেৰে আকাশ-বতাহ কপাই তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ দঃশালমাৰা মানকাচৰ মহকুমা আছুৱে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here