Home অসম অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি নৈত...

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি নৈত বিসৰ্জন

193
0

DB LIVE লখিমপুৰৰ পৰা জিয়াউল আলীৰ ৰিপৰ্টঃ

সমগ্র ৰাজ্যৰ লগতে লখিমপুৰত ajycp লখিমপুৰ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লখিমপুৰ চহৰৰ খেলমাটীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডী,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰাৰ, লগতে খেলমাটীৰ পৰা পদযাত্ৰা কৰি সোন্দৰী নৈত বিধেয়কখন বিসৰ্জন দীয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here