Home মুখ্য পৃষ্ঠা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শ্ৰেণীকোঠা এৰি ৰাজপথত নামিল মৰাণ মহাবিদ্যালয়...

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শ্ৰেণীকোঠা এৰি ৰাজপথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী

284
0

দৈনন্দিন বাৰ্তা লাইভ,মৰাণঃ

এইবাৰ পাঠ গ্ৰহণ বৰ্জন কৰি শ্ৰেণীকোঠা এৰি ৰাজ পথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী। শিক্ষাৰ্থীসকলে ক’লা বেজ পৰিধান কৰি মহাবিদ্যালয়ৰ পৰা এক তীব্ৰ প্ৰতিবাদী সমদল যাত্ৰা উলিয়ায়।

বিজেপি গ’ বেগ, নৰেন্দ্ৰ মোদী গ’ বেগ, সৰ্বানন্দ সোনোৱাল গ’ বেগ,হিমন্ত বিশ্ব শৰ্মা গ’ বেগ, আৰ এছ এছ গ’ বেগ,আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বেদেশী খেদ, আদি বিভিন্ন প্ৰতিবাদী শ্ল’গান দিয়াৰ লগতে ৰাইজক ওলাই আহি বিজেপিক বৰ্জন কৰিবলৈ আহ্বান জনায়।

(ভিডিঅ’ জাৰ্নেলিষ্ট জিতুমণি ফুকনৰ সৈতে মৰাণৰ পৰা কৰুণা ফুকন)

LEAVE A REPLY

Please enter your comment!
Please enter your name here