Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় উত্তৰ–পূৱৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ আশ্বাস কেন্দ্ৰীয় গৃহ মন্ত্ৰী

উত্তৰ–পূৱৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ আশ্বাস কেন্দ্ৰীয় গৃহ মন্ত্ৰী

85
0

DB LIVE বিশেষঃ নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে ৯জন কেবিনেট মন্ত্ৰীও উপস্থিত। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সাক্ষাত ৰাজনাথ সিঙক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here