Home মুখ্য পৃষ্ঠা অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটত ব্ৰাউন চুগাৰসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক

অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটত ব্ৰাউন চুগাৰসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক

119
0

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ থানাত অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটত তিনিচুকীয়াৰ পৰা ডায়ুনলৈ AS 06 E 3090 নম্বৰৰ চেণ্ট্ৰ গাড়ীৰে কঢ়িয়াই নিয়া আধা কিলো’গ্ৰাম ব্ৰাউন চুগাৰসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় । ধৃত লোককেইজন ক্ৰমে ডুমডুমা উষামাটিৰ কৃষ্ণ চাহ, অৰুণাচল প্ৰদেশ ডায়ুনৰ বুদিষ্টা চাকমা অাৰু চামিষ্টা চাকমা বুলি জানিব পৰা গৈছে । জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ আনুমানিক মূল্য প্ৰায় ৫ লাখ টকা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here