Home অসম সৰ্বভাৰতীয় বিজ্ঞান নেটৱাৰ্ক (AIPSN)ৰ আহ্বাত আৰু ভাৰতীয় তেল নিগমৰ সৌজন্যত ডুমডুমাত চাইকেল...

সৰ্বভাৰতীয় বিজ্ঞান নেটৱাৰ্ক (AIPSN)ৰ আহ্বাত আৰু ভাৰতীয় তেল নিগমৰ সৌজন্যত ডুমডুমাত চাইকেল শোভাযাত্ৰা

36
0

দৈনন্দিন বাৰ্তা লাইভ, ফিল’বাৰীঃ পৰিৱেশ আৰু শক্তি সংৰক্ষণৰ উদ্দেশ্যৰে আজি সৰ্বভাৰতীয় বিজ্ঞান নেটৱাৰ্ক (AIPSN) আৰু ভাৰতীয় তেল নিগমে ডুমডুমাত এক চাইকেল শোভাযাত্ৰা বাহিৰ কৰে । খনিজ সম্পদসমূহৰ সিমিত ব্যৱহাৰৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে এই চাইকেল শোভাযাত্ৰা উলিওৱাৰ কৰা প্ৰকাশ কৰে উদ্যোক্তাসকলে ।

জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰি খনিজ সম্পদসমূহ সদব্যৱহাৰ কৰি পৰিবেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে এই চাইকেল শোভাযাত্ৰাৰ দ্বাৰা জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয় বুলি জানিবলৈ দিয়ে । এই চাইকেল শোভাযাত্ৰাত ডুমডুমা অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ লয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here