Home মুখ্য পৃষ্ঠা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ডুমডুমাত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট বীৰ...

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ডুমডুমাত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট বীৰ লাচিত সেনাৰ

206
0

দৈনন্দিন বাৰ্তা লাইভ,(ভাস্কৰ দাহাল)ফিল’বাৰীঃ জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰণক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি বীৰ লাচিৰ সেনাই ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে আজি পুৱা ৯ বজাৰ পৰা ১ বজালৈকে ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতিবাদকাৰীক বিভিন্ন চক্ৰান্তৰে কন্ঠ ৰোদ্ধ কৰিব বিচৰা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here