Home অসম বামুনবাৰীত আৰক্ষী চকী ভাৰপ্ৰপ্ত বিষয়া লাৰ্নিজ পেগুক কৰ্ত্তব্যৰত অৱস্থাত আক্ৰমণ উদণ্ড যুৱকৰ

বামুনবাৰীত আৰক্ষী চকী ভাৰপ্ৰপ্ত বিষয়া লাৰ্নিজ পেগুক কৰ্ত্তব্যৰত অৱস্থাত আক্ৰমণ উদণ্ড যুৱকৰ

238
0

দৈনন্দিন বাৰ্তা লাইভ,(কৰুণা ফুকন)মৰাণঃ
মৰাণ বামুনবাৰীত আৰক্ষী চকী ভাৰপ্ৰপ্ত বিষয়া লাৰ্নিজ পেগুক কৰ্ত্তব্যৰত অৱস্থাত ১৩ ফেব্ৰুৱাৰী নিশা মৰাণ বামুনবাৰী তিনিআলিত প্ৰহাৰ কৰা উদণ্ড যুৱকৰ দলটোৰ তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মৰাণ থানাৰ আৰক্ষীয়ে। মুল অপৰাধী মৰাণ লেঙেৰী তিনিআলিৰ পিয়াংকু গগৈ(২৪ )ক আজি টেঙাখাটৰ পৰা টেঙাখাট আৰক্ষী সহযোগত  গ্ৰেপ্তাৰ কৰা লগতে ঘটনাটো সংঘটিত কৰা আৰু দুটা অপৰাধী ক্ৰমে–মৰাণ বৰবামৰ অৰিন্দম দুৱৰা(২৬)আৰু মৰাণ গড়পথাৰ কৌশিক সোনোৱাল(২৯)ক গ্ৰেপ্তাৰ কৰিছে।আনহাতে অপৰাধী দলটো আৰু পাঁচটা পলাতক হৈ আছে। ইফালে মুল অপৰাধী পিয়াংকু গগৈ মাতৃ তথা আৰক্ষী বিষয়াজনৰ চাৰ্ভিজ ৰিভলভাৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰা অপৰাধী দিপালী গগৈকো পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিব। মৰাণ বামুনবাৰীত আৰক্ষী চকী ভাৰপ্ৰপ্ত বিষয়া লাৰ্নিজ পেগুক কৰ্ত্তব্যৰত অৱস্থাত ১৩ ফেব্ৰুৱাৰী নিশা মৰাণ বামুনবাৰী তিনিআলিত প্ৰহাৰ কৰা উদণ্ড যুৱকৰ দলটোৰ তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মৰাণ থানাৰ আৰক্ষীয়ে। মুল অপৰাধী মৰাণ লেঙেৰী তিনিআলিৰ পিয়াংকু গগৈ(২৪ )ক আজি টেঙাখাটৰ পৰা টেঙাখাট আৰক্ষী সহযোগত  গ্ৰেপ্তাৰ কৰা লগতে ঘটনাটো সংঘটিত কৰা আৰু দুটা অপৰাধী ক্ৰমে- মৰাণ বৰবামৰ অৰিন্দম দুৱৰা(২৬)আৰু মৰাণ গড়পথাৰ কৌশিক সোনোৱাল(২৯)ক গ্ৰেপ্তাৰ কৰিছে। আনহাতে অপৰাধী দলটো আৰু পাঁচটা পলাতক হৈ আছে। ইফালে মুল অপৰাধী পিয়াংকু গগৈ মাতৃ তথা আৰক্ষী বিষয়াজনৰ চাৰ্ভিজ ৰিভলভাৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰা অপৰাধী দিপালী গগৈকো পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here