Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্নাতকৰ পিছতে নৌসেনাৰ বিষয়াৰ পদ, ছেপ্তেম্বৰত প্ৰৱেশ পৰীক্ষা

স্নাতকৰ পিছতে নৌসেনাৰ বিষয়াৰ পদ, ছেপ্তেম্বৰত প্ৰৱেশ পৰীক্ষা

38
0

নতুন দিল্লীঃ স্নাতক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতে পোনপটীয়াকৈ নৌসেনাবাহিনীৰ বিষয়াৰ পদত নিযুক্তিৰ সুযোগ ল’ব পাৰিব দেশৰ যুৱকসকলে। প্ৰথমবাৰলৈ এই সুযোগ সহ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব অহা ছেপ্টেম্বৰ মাহত।

ইয়াৰ উপৰি পূৰ্বে অনুষ্ঠিত কৰা ইউনিভাৰ্ছিটী এণ্ট্ৰি স্কিম আৰু কোম্বাইন ডিফেন্স চাৰ্ভিছৰ পৰীক্ষাও অব্যাহত থাকিব। বৰ্তমান নৌসেনাৰ বিষয়াসকলক বাছনিৰ বাবে চাৰ্ভিছ চিলেকচন ব’ৰ্ডৰ জৰিয়তে বাছনি কৰা হয়।

কিন্তু এইবাৰ পোনপটীয়াকৈ অনুষ্ঠিত হোৱা পৰীক্ষাৰ দ্বাৰা যিকোনো স্নাতকে প্ৰৱেশ পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব আৰু নিৰ্দিষ্ট নিয়মৰ ভিতিত উত্তীৰ্ণ হ’লে নিযুক্তিৰ সুযোগ লাভ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here