Home মুখ্য পৃষ্ঠা বিলাসীপাৰা অংগনাবাড়ী কেন্দ্ৰ সমূহৰ ফোপোলা স্বৰূপ, কাণহাৰ নাই সমাজ কল্যাণ মন্ত্ৰীৰ

বিলাসীপাৰা অংগনাবাড়ী কেন্দ্ৰ সমূহৰ ফোপোলা স্বৰূপ, কাণহাৰ নাই সমাজ কল্যাণ মন্ত্ৰীৰ

43
0

দৈনন্দিন বাৰ্তা লাইভ,বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্য্যালয়ৰ অধীনত থকা ৫৫ , ১৩৫ আৰু ১৩৬ নন্বৰ বাঘমাৰী আদিকে ধৰি অধিকাংশ অংগনাবাড়ী কেন্দ্ৰ সমূহ জৰাজীৰ্ণ ৰূপত থিয় হৈ আছে। কেন্দ্ৰ সমূহৰ চালত নাই টিনপাত।

গৃহসমূহৰ ভিতৰচৰাত গছ- গছ-গছনি আৰু হাবি-জংঘলৰে ভৰি পৰিছে। কেন্দ্ৰসমূহৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি কাণহাৰ নাই সমাজ কল্যাণ মন্ত্ৰী-বিষয়াৰ। মনকৰিবলগীয়া যে কণ কণ শিশু সকলৰ ভৱিষ্যত জীৱনক লৈ হেতালি কৰা সমাজ কল্যাণ মন্ত্ৰীৰ প্ৰতি তীব্ৰ ধিক্কাৰ প্ৰকাশ কৰে কেন্দ্ৰ সমূহৰ কৰ্মীদ্বয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here