Home মুখ্য পৃষ্ঠা বিলাসীপাৰাত আজি ষ্টাইল বজাৰ শুভ-উন্মোচন

বিলাসীপাৰাত আজি ষ্টাইল বজাৰ শুভ-উন্মোচন

65
0

দৈনন্দিন বাৰ্তা লাইভ, বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰত পোন প্ৰথমতে শ্ৰী জয় দেৱ চ্যৰ্টাজী উদ্যোগত ২৭ বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী, গন্য- মান্য ব্যক্তি আদিকে ধৰি উপস্থিতিত আজি আনুষ্ঠানিকভাৱে বিলাসীপাৰাত চহৰত ষ্টাইল বজাৰ শুভ উন্মোচন কৰে।

উল্লেখ্যযোগ্য যে ষ্টাইল বজাৰ খনত মেনজ্ জীনছ লেডিজ্ জীনছ , খাদী চিলিক শাড়ী, লিপ্‌ষ্টিক,নেইল প’লিচ্ আদিকে ধৰি বিভিন্ন ধৰণৰ নতুন নতুন উৎপাদিত আদি অতিকৈ ৰেহাই মূল্যত বিলাসীপাৰা ষ্টাইল বজাত ক্রয় কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here