Home অসম অৰুণাচলৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অৰুণাচলৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

37
0

দৈনন্দিন বাৰ্তা লাইভঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত উগ্ৰপন্থীৰ অতৰ্কিত আক্ৰমণত বিধায়ক টিৰং আবাহৰ লগতে ১১ জন লোক নিহত হোৱা ঘটনাক তীব্ৰ গৰিহণা দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীয়ে কয় যে এনে টনা অতিশয় নিন্দনীয়। উগ্ৰপন্থীৰ এনেকুৱা অমানৱীয় কাৰ্যকলাপে কোনো সমস্যাৰে সমাধান কৰিব নোৱাৰে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here