Home মুখ্য পৃষ্ঠা বগৰীবাৰীৰ খোৰাঘাটত ইউ পি পি এলৰ কৰ্মী সভা

বগৰীবাৰীৰ খোৰাঘাটত ইউ পি পি এলৰ কৰ্মী সভা

17
0

ডিজিটেল ডেস্ক, বিলাসীপাৰা পৰা জহিৰুল ইছলামঃ বুধবাৰে সন্ধিয়া পাঁচ বজাত বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানা এলেকাৰ বগৰীবাৰী খোৰাঘাট গাঁৱত ইউনাইটেড পিপোল’চ পাৰ্টি লিবাৰেলৰ এখন দলীয় কৰ্মী সভা অনুষ্ঠিত হৈ যায়। সভাত মহামায়া আঞ্চলিক কমিটিৰ সভাপতি নীলমণি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনৰ সম্পৰ্কে বিভিন্ন দিশ তথা দলীয় নীতি নিয়মৰ ওপৰত ভাষণ দিয়ে পৰ্বতঝোৰা জিলা সভাপতি উত্তম হাজোৱাৰী আৰু অমৰ শ্ইকীয়াই৷ সভাত শতাধিক দলীয় নেতা কৰ্মী আৰু ৰাইজ উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here