Home মুখ্য পৃষ্ঠা তামিলনাডুৰ কৃষকৰ অভূতপূৰ্ব প্ৰতিবাদ!!

তামিলনাডুৰ কৃষকৰ অভূতপূৰ্ব প্ৰতিবাদ!!

254
0

কৃষকৰ সমস্যা আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে আজিৰে পৰা দিল্লীৰ ৰামলীলা মৈদানত আৰম্ভ হোৱা ১৮৪ টা কৃষক সংগঠনৰ যৌথ প্ৰতিবাদী কাৰ্য্যসূচীত তামিলনাডুৰ কৃষকে এক অভূতপূৰ্ব প্ৰতিবাদ!!
তামিলনাডুৰ কৃষকে আত্মহত্যা কৰা কৃষকৰ কংকাল লৈ প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ

LEAVE A REPLY

Please enter your comment!
Please enter your name here