Home মুখ্য পৃষ্ঠা নগাঁৱত জ্ঞান জ্যোতি অাচনিৰ শুভাৰম্ভ

নগাঁৱত জ্ঞান জ্যোতি অাচনিৰ শুভাৰম্ভ

223
0

নগাঁৱত জ্ঞান জ্যোতি অাচনিৰ শুভাৰম্ভ

দৈনন্দিন বাৰ্তা LIVE@(দীপজ্যোতি শইকীয়া)জিলা প্ৰতিনিধি,নগাঁও,২০ নৱেম্বৰ : মূখ্যমন্ত্ৰীৰ জ্ঞান জ্যোতি অাচনিৰ অধিনত অাজি নগাঁৱৰ পৰা ৭৫ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটায়ে যোৰহাট জিলালৈ যাত্ৰ কৰে।অাজিৰ পুৱা নগাঁৱৰ অাৰ্বত্ত ভৱনত অায়োজিত এক অনুষ্ঠানত এই যাত্ৰাৰ পতাকা জোকাৰি অতিৰিক্ত উপায়ুক্ত লাচিত দাসে জ্ঞান জ্যোতি অাঁচনিৰ ব্যখ্যা দাঙি ধৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক অাঁচনি খনৰ সুফল উপভোগ কৰাৰ বাবে অাহ্বান জনাই।অনুষ্ঠানত নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰি দৰ্শক মৃদুল নেওগ,অতিৰিক্ত সহকাৰি অায়ুক্ত জি. বড়ো অাদিয়ে অংশ গ্ৰহন কৰে।যোৰহাটত থকা সময়ত ছাত্ৰ -ছাত্ৰী সকলে জিলাখনত থকা বিভিন্ন কৃত্তি চিহ্ন , টোক লহিৰ চাহ গৱেষনা কেন্দ্ৰকে ধৰি বিভিন্ন প্ৰতিষ্ঠান অাদি পৰি দৰ্শন কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here