Home মুখ্য পৃষ্ঠা চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

79
0
Family of Indian elephants, Elaphas maximus, with two calfs crossing a path, Kaziranga National Park, Assam, India. Kaziranga - Karbi Anglong Landscape


চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ


দৈনন্দিন বাৰ্তা LIVE@(দীপ জ্যোতি শইকীয়া)জিলা প্ৰতিনিধি,নগাঁও,২১ নৱেম্বৰ : নগাঁৱৰ চামগুৰিতো অব্যাহত আছে হাতী মানুহৰ সংঘাত। নিশা চামগুৰিৰ শিঙীয়া মাজৰআতিত বন্যহস্তীয়ে ভয়ংকৰ উপদ্ৰৱ চলাই । বন্যহস্তীৰ প্ৰায় আঠ দহ জনীয়া এটা জাকে
সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড কৰিলে দ্বীপেন শইকীয়া নামৰ এজন লোকৰ ঘৰ । ধান পকাৰ সময়ত জাকে জাকে খাদ্যৰ সন্ধানত অাহা হাতীৰ জাকৰ উপদ্ৰৱৰ বাবে উজাগৰী নিশা পালন কৰিব লগা হয় চামগুৰি অঞ্চলৰ ৰাইজে। ৰাজ্যৰ বন বিভাগে বন্যহস্তীৰ উপদ্ৰব ৰোধত ব্যথ হৈছে বুলি স্থানিয় ৰাইজে অণিযোগ কৰিছে।

উল্লেখ্য যে,তিনিমাহৰ ভিতৰতে বন্যহস্তীয়ে দুবাৰকৈ ভাঙিলে দ্বীপেন শইকীয়াৰ ঘৰটো।যাৰ বাবে এতিয়া চৰম হতাশাত ভুগিছে লোকজনে।সেয়ে এতিয়া ঘৰ বাৰী ত্যাগ কৰি আন ঠাইলৈ গুছি যোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে লোকজনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here