Home Blog
নতুন দিল্লীঃ ইউপিএৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে অহা ২৩ মে’ত বিজেপি আৰু এনডিএ মৰ্চাৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বক এখন সভালৈ আহবান জনাই পৰৱৰ্তী চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰাৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ মুৰববী চন্দ্ৰবাবু নাইডুৱে এখোজ আগুৱাই...
‘‘এজন মানুহে এটা জাতিক ৰাক্ষা কৰিব নোৱাৰে’’-ড০ হীৰেন গোহাঁই দৈনন্দিন বাৰ্তা লাইভ,গুৱাহাটীঃ ৰাষ্ট্ৰৰ দ্বাৰা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হৈছে সেয়া বাৰে বাৰে প্ৰতিপন্ন কৰি আহিছে। পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক নিলাজভাৱে, প্ৰকাশ্যভাৱে আঁতৰাই ৰাখিছে। এতিয়া অসমবাসী ৰাইজে বুজিবলৈ বাকী থকা নাই। এজন...
দৈনন্দিন বাৰ্তা লাইভ, বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰত পোন প্ৰথমতে শ্ৰী জয় দেৱ চ্যৰ্টাজী উদ্যোগত ২৭ বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী, গন্য- মান্য ব্যক্তি আদিকে ধৰি উপস্থিতিত আজি আনুষ্ঠানিকভাৱে বিলাসীপাৰাত চহৰত ষ্টাইল বজাৰ শুভ উন্মোচন কৰে।...
নতুন দিল্লীঃ দেশৰ চলিত লোকসভাৰ নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সমাপ্তিৰ লগে লগে দল লক্ষাধিক ভোটাৰে ৫৯ টা সমষ্টিত ৯১৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে ৮ খন ৰাজ্যত অহা ১৯ মে’ তাৰিখে ভোটগ্ৰহণ...
নতুন দিল্লীঃ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাক্ক্ষণত আজি নিৰ্বাচনী প্ৰচাৰ সমাপ্তিৰ লগে লগে দিল্লীত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে আহবান জনোৱা সংবাদমেলত পৰৱৰ্তী চৰকাৰৰ সম্পৰ্কত স্পষ্ট ইংগিত দিব নোৱাৰিলে। ইয়াৰ বিপৰীতে আত্মবিশ্বাসহীন ৰাহুল গান্ধীয়ে মায়াৱতী, মোলায়ম সিং আৰু মমতাৰ ওপৰত অত্যাধিক...
✒হাৰনুল ৰছিদ বিগত এটা পষেকত অসমত চাৰিগৰাকীকৈ সাংবাদিক দুৰ্বৃত্তৰ হাতত নিগৃহীত হোৱাৰ খবৰে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া আৰু উত্তেজনাৰ সৃষ্টি কৰা দেখা গৈছে। নলবাৰীৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা, যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰা, তিনিচুকীয়াৰ সাংবাদিক উপাষণা বৰুৱা আৰু ধেমাজি...
দৈনন্দিন বাৰ্তা লাইভ,বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্য্যালয়ৰ অধীনত থকা ৫৫ , ১৩৫ আৰু ১৩৬ নন্বৰ বাঘমাৰী আদিকে ধৰি অধিকাংশ অংগনাবাড়ী কেন্দ্ৰ সমূহ জৰাজীৰ্ণ ৰূপত থিয় হৈ আছে। কেন্দ্ৰ সমূহৰ চালত নাই টিনপাত। গৃহসমূহৰ ভিতৰচৰাত গছ- গছ-গছনি...
নতুন দিল্লীঃ পাঁচ বছৰীয়া কাৰ্যকালৰ সমাপ্তি ঘটিল আজি। ২০১৪ চনৰ ১৬ মে’ত ফলাফল ঘোষণাৰ পিছতেই নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এনডিএ মৰ্চাৰ চৰকাৰ গঠন হ’ল। এই পাঁচবছৰে এদিনো সংবাদ মাধ্যমৰ মুখামুখি নহ’ল প্ৰধানমন্ত্ৰীজন। ইয়াৰ বিপৰীতে ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে নিজৰ...
দৈনন্দিন বাৰ্তা লাইভ,শিৱসাগৰঃ যোৱা বুধবাৰে গুৱাহাটী মহানগৰীত সংঘটিত বিস্ফোৰণক কেন্দ্ৰ কৰি কম্পিত ৰাজ্য চৰকাৰে ইতিমধ্যে বিস্ফোৰণৰ আঁৰত জড়িত দুই সন্দেহযুক্ত ক্ৰমে প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰিছে। শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগে লগে শিৱসাগৰত ব্যাপক...
দৈনন্দিন বাৰ্তা লাইভঃ কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটী মহানগৰীৰ ছিৰিয়াখানাৰ সমীপত কালি সন্ধিয়া হঠাতে সংঘটিত গ্ৰেণেড আক্ৰমণৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী প্ৰতিষ্ঠান চমুকৈ এনআইএয়ে চমজি লৈছে। ইফালে তদন্ত আৰম্ভ কৰিয়েই আজি জাহ্নৱী শইকীয়া নামৰ এগৰাকী মহিলাক আটক কৰাৰ লগতে এখন...
এইবাৰ বিৰোধী নহয়, কৰিম শাসন, ধৰিম বাঘজৰী, মিলিমেলি সকলোৱে আগবাঢ়ি হাঁহিম নতুন দিল্লীঃ শাৰীৰিক অসুস্থৰাৰ বাবে দলৰ দায়িত্ব এৰিলেও ইউপিএৰ অধ্যক্ষ হৈ থকা ছোনিয়া গান্ধী পুনৰবাৰ তৎপৰ হৈ পৰিছে দিল্লীত অ-বিজেপি দলৰ চৰকাৰ গঠনৰ বাবে। বিভিন্ন সংস্থাৰ অধ্যয়ণত প্ৰকাশিত তথ্য...
দৈনন্দিন বাৰ্তা লাইভঃ কটকটীয়া নিৰাপত্তাৰ মাজতে গুৱাহাটী মহানগৰৰ মাজমজিয়াত আজি সন্ধিয়া গ্ৰেনেড বিস্ফোৰণেৰে ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য মতে, এই ঘটনাত আঠজন লোক জখম হৈছে। আজি বিয়লি চিৰিয়াখানাৰ সমীপৰ অভিজাত ব্যৱসায়ীক প্ৰতিষ্ঠান চেণ্ট্ৰেল ম’লৰ সন্মুখতে পূৰ্বৰ দৰে...
ব্যক্তিগত নিৰাপত্তা (ঐচ্ছিক) বিষয়ত লাভ কৰিলে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ দৈনন্দিন বাৰ্তা লাইভ, ডিৰাক সীমান্তঃ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ অতি পিছপৰা ডিৰাক অঞ্চলৰ ৩ নং সৰুমেছাই (কুৰুকাণি) গাৱঁৰ স্বৰ্গীয় কান্তেশ্বৰ বুঢ়াগোহাঁই আৰু বাসন্তী বুঢ়াগোহাঁইৰ কনিষ্ঠ পুত্ৰ ধনঞ্জয় বুঢ়াগোহাইয়ে...
দৈনন্দিন বাৰ্তা লাইভ, নামনি মাজুলীঃ মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ কামত ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে কোম্পানীৰ চৰম হেতালি। মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ এটাৰ পাছত আন এটা কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। মাজুলীৰ ডবকা চাপৰিৰ গৰুখুঁটিত খালী জিঅ’বেগ সংস্থাপনেৰে খহনীয়া প্ৰতিৰোধৰ নামত...
দৈনন্দিন বাৰ্তালাইভঃ আজি ঘোষিত ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰে লখিমপুৰৰ মেঘাশ্ৰী বৰাই। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰীয়ে মুঠ ৫৯৪ নম্বৰ লাভ কৰে। উল্লেখ্য যে শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ...
নতুন দিল্লীঃ স্নাতক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতে পোনপটীয়াকৈ নৌসেনাবাহিনীৰ বিষয়াৰ পদত নিযুক্তিৰ সুযোগ ল’ব পাৰিব দেশৰ যুৱকসকলে। প্ৰথমবাৰলৈ এই সুযোগ সহ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব অহা ছেপ্টেম্বৰ মাহত। ইয়াৰ উপৰি পূৰ্বে অনুষ্ঠিত কৰা ইউনিভাৰ্ছিটী এণ্ট্ৰি স্কিম আৰু কোম্বাইন ডিফেন্স...
নিৰ্বাচনৰ পিছতো হ’ব লাগিব পৰ্যালোচনা সভাঃ প্ৰফুল্ল কুমাৰ মহন্ত দৈনন্দিন বাৰ্তা লাইভঃ চলিত লোকসভাৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতাৰ বিৰুদ্ধে থিয় দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজে ভোটদান নকৰাৰ লগতে মিত্ৰতাৰ বিপৰীতে থকা কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবলৈ উচতনি দিয়াৰ...
নতুন দিল্লীঃ চলিত লোকসভা নিৰ্বাচনৰ ছটা পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্তিৰ পাছতো দিল্লীত পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত কোনো এটা পক্ষই স্পষ্ট ইংগিত দিব পৰা নাই। অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ১৯ মে’ত অনুষ্ঠিত হ’ব আৰু সেইদিনা আঠখন ৰাজ্যৰ ৫৯ টা...
নতুন দিল্লীঃ কেন্দ্ৰৰ শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএ মৰ্চাই লোকসভাৰ দুই-তৃতীয়াংশ আসন দখল কৰিব আৰু বিজেপিয়ে অকলেই পূৰ্বৰ নিৰ্বাচনতকৈ অধিক আসন লাভ কৰিব। এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ। এক সংবাদমেলত অংশ ল’বলৈ গৈ ৰাজনাথ সিঙে কয় যে বিৰোধী দলবোৰে...
শীৰ্ষ স্থান দখল মেঘাশ্ৰী বৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰ মেঘাশ্ৰী বৰাই লাভ কৰিছে ৫৯৪ নম্বৰ দ্বিতীয় স্থানত দুগৰাকী পৰীক্ষাৰ্থী চিন্ময় হাজৰিকাৰ দ্বিতীয় স্থান দখল ডনবস্কো হাইস্কুল, বাঘচোং, যোৰহাট প্ৰত্যাশা মেধিয়ে লাভ কৰিছে দ্বিতীয় স্থান ছেইণ্টমেৰিজ হাইস্কুল, গুৱাহাটীৰ ছাত্ৰী প্ৰত্যাশা দুয়ো লাভ কৰিছে ৫৯৩ নম্বৰ তৃতীয়, আফ্ৰিন আহমেদ,...
0FansLike
91FollowersFollow
0SubscribersSubscribe

EDITOR PICKS