Home Authors Posts by DB Live

DB Live

251 POSTS 0 COMMENTS

লাহোৱালত পঞ্চায়ত নিৰ্বাচনী পয্যালোচনা সভা

DB Live, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত লাহোৱাল কৰম ভৱনত আজি পঞ্চায়ত নিৰ্বাচনী পয্যালোচনা সভা অনুষ্ঠিত হয়। বিজেপিৰ পঞ্চায়ত নিৰ্বাচনী প্ৰাৰ্থী...

অৰুণাচলত টাই সকলৰ নৱবৰ্ষ উৎসৱৰ অায়োজন

DB Live,  কাকপথাৰঃ অৰুণাচল প্ৰদেশত বসবাস কৰা টাই সকলৰ কেওটা জনজাতিৰ নৱবৰ্ষ উৎসৱ কালিৰে পৰা ৰাজ্যখনৰ নামচাই জিলাৰ চৌখাম বিধানসভা সমষ্টিৰ নামলুংত অাৰম্ভ হৈছে।কালি...

আজি গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মধ্যকালীন অধিবেশন

DB Live, ধনশিৰিঃ ৫৪ বৰ্ষ গৰকা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মধ্যকালীন অধিবেশন খনি অহা ১০ ডিচেম্বৰত গোলাঘাট নগৰৰ এমেচাৰ থিয়েটাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হব।কাৰ্যসূচী...

ধনশিৰিৰ  বিশিষ্ট নগেন  বৰাৰ পৰলোক 

DB Live, ধনশিৰিঃ ধনশিৰি মহকুমাৰ  নগাজৰী খনিকৰ গাৱৰ নিবাসী  সৰবৰহী ব্যক্তি , পানজান পাৰঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক নগেন বৰাই (৭২) যোৱা...

লাহোৱালত মুখামুখি পথ দুৰ্ঘটনাত আহত ৬

DB Live, লাহোৱালঃ লাহোৱালৰ ৩৭ নং ঘাইপথত আজি সন্ধিয়া প্ৰায় ৫ বজাত এক মুখামুখি পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত ৩ টা কিশোৰ-কিশোৰীৰ লগতে...

ৰূপালী জয়ন্তী উদযাপনৰ দিন সলনি

DB Live, সোণাৰিঃ সোণাৰিৰ শিশু চেমনীয়াৰ প্রতিভা বিকাশৰ অনুষ্ঠান পথিকৃৎ গোষ্ঠীৰ ৰূপালী জয়ন্তী উদযাপনৰ দিন অহা ১৯ আৰু ২০ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে বুলি...

 বাকৰি দলনী বালিকা মধ্য ইংৰাজী বিদ্যালয়ত বিদায় সভা সম্পন্ন

DB Live, হেলমঃ শিক্ষকসকল হৈছে সমাজৰ দাপোন স্বৰূপ।ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন গঢ়োতা।যেতিয়া এই শিক্ষক সকলৰ চকুত লোটক বাগৰে তেতিয়া সমগ্ৰ পৰিৱেশটিয়েই আৱেগিক হৈ পৰে।আজি...

জনীয়া জিলা পৰিষদত  কংগ্ৰেছৰ ঘাটিত অসম গণ পৰিষদৰ আঘাত

DB Live, মাণিকপুৰঃ বৰপেটা জিলাৰ জনীয়া  জিলা পৰিষদ দখলৰ বাবে বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰি ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে অন্তিম দিনা নিৰ্বাচনী প্ৰচাৰ...

এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন

আব্দুল কদ্দুছ, ভক্তৰডোবাঃ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ অধীনত বিদ্যালয় সমূহত চলি থকা এন জি চি "ইকো ক্লাৱ" গঠন কৰি বিভিন্ন কাৰ্য্যসূচী পালনৰ...

কংগ্ৰেছ-বিজেপিক ভোট দিলে ৰাইজৰ কোনো উন্নয়ন নহয়ঃ হাগ্ৰামা

DB Live, ষ্টাফঃ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত অন্তিমখন সভা যোৱা ৭ ডিচেম্বৰত দিনৰ দুই বজাত সৰভোগ বিধানসভা সমষ্টিৰ কলহভাঙ্গা পঞ্চায়তৰ অন্তৰ্গত বালাভিটা...

শিৱসাগৰত দেশৰ মুখ্য ন‍্যায়াধীশ ৰঞ্জন গগৈ

DB Live, শিৱসাগৰঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি পত্নীসহ শিৱসাগৰত উপস্থিত হয়। কটকটীয়া নিৰাপত্তা মাজেদি আজি বিয়লি প্ৰায় ৪ বজাৰ পৰা...

জামুগুৰিহাট, চতিয়াত চলিছে প্ৰাৰ্থীৰ জয় পৰাজয়ৰ অংক

DB Live, জামুগুৰিহাট, ৮ ডিচেম্বৰঃ  ৫ ডিচেম্বৰত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন চতিয়া সমষ্টিটো অনুষ্ঠিত হৈ যোৱাৰ পাছত এতিয়া সমষ্টিটোৰ গাঁৱে ভূঞে চলিছে প্ৰাৰ্থীৰ জয়...

লাহোৱাল প্ৰেছ ক্লাবৰ পঞ্চদশ  বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

লাহোৱালৰ পৰা দিবাকৰ দত্তঃ সংবাদ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব‌ই লাগিব।তদুপৰি ক্ষেত্ৰ ভিত্তিত পৰিবেশন কৰা কোনো এটা সংবাদে এখন সমাজক ,এটা জাতিক ,এখন দেশক সত্য...

জালুকবাৰী সমষ্টিৰ ৫০৭ নং আলিপূব প্ৰাথমিক বিদ্যালয়ত চৰম

DB Live, ৮ ডিচেম্বৰঃ ৰাজ্যত আজি চলিছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। কামৰূপ জিলাৰ  জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বাইহাটা চাৰিআলি নিকটৱৰ্তী ৫০৭ নং আলিপূব প্ৰাথমিক বিদ্যালয়ৰ...

দৰঙৰ দলগাঁৱত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

DB Live, খাৰুপেটীয়া ৮ ডিচেম্বৰঃ পঞ্চায়ত নিৰ্বাচনৰ উত্তাল পৰিবেশৰ মাজতে যোৱা ৩ ডিচেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে দৰঙৰ দলগাঁৱত উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস।...

হেমেন্দ্ৰ কুমাৰ ভূঞাৰ মৃত্যুত কলিতা সেনাৰ শোক

DB Live, গুৱাহাটীঃ  জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ অন্যতম কাণ্ডাৰী তথা জনগোষ্ঠীটোৰ ভাষা-সাহিত্য,কৃষ্টি-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আৰু ইতিহাসৰ গৱেষক হেমেন্দ্ৰ কুমাৰ ভূঞাৰ মৃত্যু জনগোষ্ঠীটোৰ বাবে অপূৰনীয় ক্ষতি...

 প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষঃ এতিয়া হোটেল-ৰেষ্টুৰাত ব্যস্ত হিচাপ-নিকাচত

DB Live, বটদ্ৰৱা,৮ ডিচেম্বৰঃ অন্ত পাৰিল সকলো ৰথ-মহাৰথীৰ ৰণ কৌশল। পঞ্চায়ত নিৰ্বাচন বুলি প্ৰায় একমাহ ধৰি প্রতিটো জিলা পৰিসদ,গাওঁ পঞ্চায়ত, আঞ্চলিক আৰু ৱাৰ্ড সদস্যৰ...

বৰদুৱাৰ-বাগানত শিশুৰ স্বাস্থ্য সজাগতা অনুষ্ঠান

DB Live মিৰ্জা, ৮ ডিচেম্বৰঃ পলাশবাৰী বিধান সভা সমষ্টি তথা অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল বৰদুৱাৰ বাগানৰ সমীপত নতুন চিমিনাত আজি শিশুৰ স্বাস্থ্য সজাগতা অনুষ্ঠান...

দুটি স্তৱক

শান্তনু পাতৰ (১) এজাক শুকুলা ডাৱৰে পাখি মেলি আছে মোৰ মন দাপোনত... আকাশৰ বেলিটি ফুলি ৰৈছে মোৰ আপোন হিয়াৰ কোলাত... ৰাতিৰ আকাশৰ জোনেও  নিশাৰ জোনাকী হৈ আলফুলে পোহৰাই আছে...

এখন জীয়া নৈ

ৰাজু কলিতা প্ৰেম এখন জীৱনৰ  নৈ যাৰ মাজত সাৰে থাকে স্মৃতি মেটেকা ফুলৰ দৰে ৰূপোৱালী হৈ | (সপোনৰ কলৰোল জগতে নুশুনে ) জ্বলা মানুহৰ গোন্ধ বতাহত ভাঁহি আহে নৈ খনে...
13,427FansLike
1,098FollowersFollow
7,764SubscribersSubscribe

শিক্ষা-প্ৰযুক্তি