নাৰীক সন্মান কৰিব নাজানে বিজেপিয়ে বিশ্বনাথত  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা 

Spread the love

Sharing is caring!

 নাৰীক সন্মান কৰিব নাজানে বিজেপিয়ে
  • বিশ্বনাথত  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা 

দৈনন্দিন বাৰ্তা লাইভ@   বিশ্বনাথ চাৰিআলি ১৩ ফেব্ৰুৱাৰী 

বিজেপি দলে  নাৰীক সন্মান  কৰিব নাজানে দেশক সুৰক্ষা দিয়াত ব্যথ হৈছে  বিজেপি দল এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ।
আজি বিশ্বনাথ চাৰিআলিত  বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যলয়ত  বিশ্বনাথ জিলা মহিলা কংগ্ৰেছ কমিটিৰ এখনি   বৰ্ধিত কাৰ্যকৰী সভাত উপস্থিত হৈ এই মন্তব্য কৰি কয় বৰাই  বিজেপিয়ে দেশক বিক্ৰী কৰিবলৈ গৈ আছে এক প্ৰকাৰ ।  কংগ্ৰেছৰ দিনত মূল্য বৃদ্ধি হোৱা নাছিল ৰাইজে কোনো কষ্ট পোৱা নাছিল কিন্তু এতিয়া দৰিদ্ৰ তেজ শুহি শুহি খাইছে । অসমত বিজেপি দলে এনেদৰে সভাত মন্তব্য দি ৰাইজক আবেগিক কৰি তুলা পৰিলক্ষিত হল । সভাত  মহিলা  প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শ্বেহনাজ য়েছমিন হকৰ,  বিশ্বনাথ জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী সৰস্বতী ৰাজবংশী,  
গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধাইকা মনিকা বৰা বিহালী সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্ণবাছ তাঁতী, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক  ব্ৰজেন কুমাৰ সন্দিকৈ, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা ,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জু , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ সঞ্জু বৰুৱা,বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা লগতে প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিত থকা  সভাত বিশ্বনাথ জিলাৰ তিনিও টা সমষ্টিৰ মহিলা ব্লক কংগ্ৰেছ কমিটিৰ সভানেত্ৰী সম্পাদিকা সকল উপস্থিত থাকে।

Related posts

Leave a Comment