বৰপথাৰত দুৰ্ঘটনা:কথমপি প্ৰান ৰক্ষা পৰিল চালকৰ:–

Spread the love

Sharing is caring!

বৰপথাৰত দুৰ্ঘটনা:কথমপি প্ৰান ৰক্ষা পৰিল চালকৰ:–

দৈনন্দিন বাৰ্তাLive@, শিমলীতোলা, ৬ জানুৱাৰী:এই নৱবৰ্ষৰ এটা সপ্তাহ পাৰ নহওঁতেই ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে অধিকমাত্ৰাত সংঘটিত হৈ আছে পথ দুৰ্ঘটনা।একেদৰে আজি দুপৰীয়া গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা।আৰু এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰপথাৰ অঞ্চলত তিব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।জানিব পৰা মতে AS 01 DN0619 নম্বৰৰ এল্টো গাড়ী আৰু বিপৰীত দিশৰ পৰা অহা বাইক এখনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।আনহাতে এই দুৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও বাইক আৰোহী জন গুৰুতৰ ভাবে আহত হয়।

Related posts

Leave a Comment