মোৰাঝাৰত জমিয়ত নেতাৰ বিয়োগত শোক

Spread the love

Sharing is caring!

মোৰাঝাৰত জমিয়ত নেতাৰ বিয়োগত শোক

মোৰাঝাৰ আঞ্চলিক জমিয়তৰ সভাপতি মৌলানা শ্বফিকুল হকৰ বিয়োগ

আজি পূৱা ৮ বজাত নিজ বাসভৱনত মৃত্যু হয়

তেওঁ আনৱাৰুল উলুম শিৱপুৰত মাদ্ৰাছা আৰু নীলবাগানত হাফিজিয়া মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক আছিল

মোৰাঝাৰৰ নাগৰিক আৰু দল সংগঠনৰ শোক প্ৰকাশ

Related posts

Leave a Comment