#Breaking

Spread the love

Sharing is caring!

#Breaking
বিহুৰ পিছতে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

এপ্ৰিল-মে’ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

জনালে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰনাথ বৰাই

তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

মে’ৰ ভিতৰত নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য

পঞ্চায়ত নিৰ্বাচনলৈ সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ

বিভিন্ন জিলালৈ প্ৰেৰণ মনোনয়ন পত্ৰ আৰু বেলটৰ কাগজ

১৬ জুলাইত শেষ হ’ব সকলো পঞ্চায়তৰ কাৰ্যকাল

ইতিমধ্যে কাৰ্যকাল উকলিছে বহু পঞ্চায়তৰ

পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ বাজেট ১৪৫ কোটি টকা

NRCৰ বাবে বিলম্ব হৈছে পঞ্চায়তৰ নিৰ্বাচনী প্ৰক্ৰিয়া

বহু চৰকাৰী বিষয়া নিয়োজিত NRCৰ কামত

অন্য কামত বিষয়াক ব্যৱহাৰত বাধা NRC কৰ্তৃপক্ষৰ

Related posts

Leave a Comment