অসমৰ স্বাধীনতা আন্দোলনত প্ৰথম পতাকা উৰুৱা চতিয়াৰ সাহসী যোদ্ধাজন

অসমৰ স্বাধীনতা আন্দোলনত প্ৰথম পতাকা উৰুৱা চতিয়াৰ সাহসী যোদ্ধাজন ৮৬ বছৰীয়া ইতিহাসে আজিও ৰিঙিয়াই চতিয়াবাসীক আজিও স্বীকৃতি নাপালে ভুমিধৰ বৰদলৈয়ে   দৈনন্দিন বাৰ্তা Live@(হেমাংগ হাজৰিক) চতিয়া:- ভাৰতৰ স্বাধীনতা আন্দোলনে চতিয়াতো তীব্ৰৰূপ লৈছিল৷ সুসংবদ্ধ,সুশৃংখলিত শাসনৰ মাজত থকা চহকী পৰম্পৰাৰ এই এলেকাটোৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ বাধ্য হৈছিল ব’গা চাহাব সকল৷ ১৯৩০ চনৰ লোন আইন ভংগ আৰু ১৯৩২ চনৰ আইন অমান্য আন্দোলনত চতিয়াই গৌৰৱ পূৰ্ন ভূমিকা গ্ৰহণ কৰিছিল৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত চতিয়াৰ বগলীবাৰীৰ ঔখোৱা বাকৰিত বিপুল সংখ্যক স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দিয়া হৈছিল৷ সেই ঔখোৱা বাকৰিতে আগৰৱালাই কছাৰী গাঁৱৰ গানমাষ্টৰ গোলোক শইকীয়াক লগতলৈ সুৰ…

Read More

পিতৃ ঋণ…..!

                       পিতৃ ঋণ                                          মমিনুল হক দেউতা তুমি দেখোন কোৱা পিতৃ-ঋন কেতিয়াও পৰিশোধ নহয় ।তুমি কি জানা, তুমি মোৰ বাবে পচিশ বছৰত যিমান টকা খৰচ কৰিছা সেই খিনি টকা মই অহা তিনিবছৰত বছৰত ঘূৰাই দিব পাৰো। দেউতা–এটা গল্প কওঁ শুনিবানে,,,?(অলপ হাঁহি কলে) পুতেক–কোৱা দেউতা মই শুনিম,,(অপ্ৰস্তত হৈ) দেউতা–তোমাৰ যেতিয়া চাৰি বছৰ বয়স তেতিয়া মোৰ মাহিলী আয় দুহেজাৰ। সেই টকাৰে সংসাৰ কেনেকৈ…

Read More

  “পাগলী ছোৱালী !  আজি যে প্রেমৰ দিৱস …!” 

                          “পাগলী ছোৱালী                                      আজি যে প্রেমৰ দিৱস …! ”                                                                    (ভেলেন্টাইন ডে’ উপলক্ষে)                                                         লীলাকান্ত পায়েং                              …

Read More

দেৱেন দত্ত চাৰৰ চিন্তাৰ বিপৰীতে

দেৱেন দত্ত চাৰৰ চিন্তাৰ বিপৰীতে                                                                                ৰূপজ‍্যোতি গোস্বামী দেৱেন দত্ত চাৰৰ “চৰকাৰী টকাবোৰ কলৈ যায়? মোদীয়ে ‘স্বচ্ছ অসম’ চাই যাওকহি” শীৰ্ষক লিখনিত কলিয়াবৰৰ জয়সাগৰ দলনি আৰু ভঁৰালী বৰুৱা পুখুৰীৰ প্ৰসঙ্গ      এনে বহু ব‍্যক্তি আছে যি জনক আমি চাৰ বুলি সম্বোধন কৰোঁ লাগিলে তেখেতৰ লগত ব‍্যক্তিগত কোনো সমন্ধ নাথাকিলেও বা তেখেতৰ পৰা…

Read More

যুৱ সমাজত   ভেলেন্টাইন ডে”ৰ প্ৰভাৱ 

যুৱ সমাজত   ভেলেন্টাইন ডে”ৰ প্ৰভাৱ                                                                                        বাবলি দে দাস যোৰহাট “ভেলেন্টাইন ডে” এক অৰ্থত কবলৈ গলে প্ৰেমৰ দিৱস। এনে এটা দিন য’ত প্ৰেমিক-প্ৰেমিকা উভয়ে নিজৰ প্ৰেমাস্পদক প্ৰেম নিবেদন কৰে , ভাল লগাজনক প্ৰেমৰ প্ৰস্তাৱ দিয়ে, ঘৰৰ পৰা লুকাই চুৰকৈ গৈ হলেও নিজৰ মনৰ মানুহজন বা মানুহজনীক লগ কৰি এটা…

Read More

সৰস্বতী পূজাৰ বিতৰ্ক

সৰস্বতী পূজাৰ বিতৰ্ক বিতৰ্ক ! অসমীয়া জাতিৰ এক পৰিচিত শব্দ । আচৰিত হ’বৰ সকাম নাই । হয়, মই ঠিকেই কৈছো, অসমীয়া সকলেই হৈছে আটাইতকৈ বিতৰ্কিত লোক । যি কোনো এটা বিষয় পোৱাৰ লগে লগে টানি আনো মাথো বিতৰ্কলৈ । গঠনমূলক সমালোচনাই ভুল-ক্ৰটি বিচাৰ কৰি গঠনমূলক দিশত আগবাঢ়িবলৈ পথ মসৃণ কৰে । কিন্তু অযথা বিতৰ্কই কৰি তোলে পংগু । পিছোৱাই নিয়ে আমাৰ সমাজ ব্যৱস্থাক ।          সময় গতিশীল, এই গতিশীল সময়ৰ লগত খাপ খাবলৈ আমি এৰা ধৰাৰ মাজেৰে আগবাঢ়িব লাগিব । ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাইও যদি অসমীয়া ৰক্ষনশীল সমাজ ব্যৱস্থালৈ অযথা ভয়…

Read More

৩০ জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন কৰোঁ আহক

৩০ জানুৱাৰী, ১৯৪৮ – জাতিৰ পিতা মহাত্মা গান্ধীক আৰ এছ এছৰ সদস্য নাথুৰাম গডছেয়ে হত্যা কৰিছিল । মহাত্মা গান্ধীৰ হত্যাৰ দিনটো ৰাষ্ট্ৰীয় শ্বহীদ দিৱস হিচাপে উদযাপিত হৈ আহিছে । বৰ্তমান সময়ত এই দিৱস উদযাপন কৰাটো অধিক প্ৰাসংগিক হৈ উঠিছে । দেশৰ ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বৃদ্ধি হৈছে । হিন্দুত্ববাদৰ আদৰ্শ আৰু মনুসংহিতাক আৰ এছ এছ-এ সংবিধানৰ ঠাই লোৱাটো বিচাৰিছে । হত্যা-হিংসা চৌদিশে বৃদ্ধি পাইছে। সেয়েহে *৩০ জানুৱাৰীত ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন কৰি সম্প্ৰদায়িকতাৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে কৰা সংগ্ৰামখন আমি স্মৰণ কৰা উচিত ।* Courtesy@whatsApp

Read More

কিছু গঠনমুলক শৈক্ষিক চিন্তা আৰু চৰকাৰী আঁচনি

                             কিছু গঠনমুলক শৈক্ষিক চিন্তা আৰু চৰকাৰী আঁচনি কলিয়াবৰ মহকুমা প্ৰশাসনৰ শিক্ষাৰ্থীৰ উৎকৰ্ষ সাধনৰ পদক্ষেপ “শীতকালীন শিৱিৰ” (Winter Camp) সদ‍্য-বিদায়ী মহকুমাধিপতি শ্ৰীপঙ্কজ চক্ৰৱৰ্তী মহোদয়ৰ প্ৰচেষ্টাত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চৰকাৰী বিদ‍্যালয়ৰ উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিতাপৰ শিক্ষাৰ পৰা কিছু ব‍্যতিক্ৰম এক শাৰীৰিক-মানসিক উৎকৰ্ষৰ বাবে শীতকালীন আৰু গ্ৰীষ্মকালীন শিৱিৰৰ পদক্ষেপ গ্ৰহণ কৰিছিল। এইবেলি শীতকালীন শিৱিৰৰ ২য় বৰ্ষ ইতিমধ‍্যে নগাঁৱৰ আমনি স্থিত গ্ৰাম‍্য বিকাশৰ ৰাজ‍্যিক প্ৰতিষ্ঠান (SIRD)ত যোৱা ১৭ জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈ ১৯ জানুৱাৰী তাৰিখে সামৰণি পৰিল।  …

Read More

ধৰ্মীয় সংঘৰ্ষই নহয়, মানবীয়তাইহে সমাজ  গঢ়ে

                            ধৰ্মীয় সংঘৰ্ষই নহয়,মানবীয়তাইহে সমাজ  গঢ়ে ভাৰতবৰ্ষ ই স্বাধীনতা লাভ কৰা সময়ছোৱাৰ ইতিহাসৰ পৃষ্ঠাখন পুনৰ মেলি চাওঁ আহক।কি দেখিলোঁ আমি  ? হয়,আমি দেখিলোঁ যে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগে লগেই ধৰ্মৰভিত্তিত ভাৰতবৰ্ষ হিন্দুস্তান আৰু পাকিস্তান নামেৰে দুটা ভাগত বিভক্ত হৈ পৰিল।মুছলমান সংখ্যা গৰিষ্ঠ অঞ্চল সমূহ ল’গ লাগি জন্ম হ’ল পাকিস্তান আৰু বাকি অঞ্চল সমূহ লগহৈ সৃষ্টি হ’ল এখন নতুন ভাৰত বৰ্ষৰ । সেই সময়ছোৱাত স্বাধীনতাৰ উল্লাহে যি দৰে এচামলোকক আনন্দিত কৰি তুলিছিল তাৰ সমান্তৰাল ভাৱে এচামলোকৰ জীৱনলৈ নামি আহিছিল ঘোৰ অন্ধকাৰ।ভাৰত…

Read More

আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা আৰু আজিৰ অসম

                                  ~ আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰাসংগিকতা আৰু আজিৰ অসম  ~ অসমৰ দৰে এখন ৰাজ্য বহু নৃগোষ্ঠীয় পৰিচয়ৰ ভিত্তিত গঠিত । এনে এটি পৰ্য্যায়ত সমস্যা সমূহৰো ৰূপ ভিন্ন ধৰণৰ , যি এক সমাধান  আৰ্হিৰ মাজেৰে অন্ত কৰিব নোৱাৰি তথাপিও আজিৰ আগ্ৰাসনবাদী দিল্লীৰ ৰাজনৈতিক পাকচক্ৰৰ পৰা ৰক্ষা পৰি আঞ্চলিক ভাৱে এখন মঞ্চত ৰাজনৈতিক ভাৱে সংগঠিত হৈ সমাধান সূত্ৰ উলিয়াব পৰা স্থল আছে । অসমীয়া সমাজ ব্যৱস্থাক অধিক ভাৱে শক্তিশালী কৰি ৰাখিবলৈ প্ৰতিটো জনগোষ্ঠী ঐক্যবদ্ধভাৱে আগুৱাই যাব…

Read More

সোনোৱাল কছাৰী ভাষা-সংস্কৃতি বনাম কুসুম কৈলাশৰ ইপং-সিপং

সোনোৱাল কছাৰী ভাষা-সংস্কৃতি বনাম কুসুম কৈলাশৰ ইপং-সিপং                                                                                             অশ্বিনী কছাৰী                                                                        …

Read More

” সুৱদী-সুৰীয়া অসমীয়া ভাষা “

                   ” সুৱদী-সুৰীয়া অসমীয়া ভাষা “                                                                                                                  ৰূপজ‍্যোতি গোস্বামী                                    …

Read More

অসম সাহিত্য সভালৈ এইয়া অশনি শংকেত…

অসম সাহিত্য সভালৈ এইয়া অশনি শংকেত…                                                                                          জিতুল বৰা  অসম সাহিত্য সভাৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলে ভাবিবলৈ বাধ্য কৰিছে যে অসম সাহিত্য সভা অতীত হোৱাৰ সময় সমাগত! তেতিয়া কিন্তু অসমবাসী ৰাইজে নিদিষ্ট চক্ৰটোক ক্ষমা নকৰিব। অসমৰ অন্যতম জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাৰ ওপৰত মাত মতাৰ অধিকাৰ নিশ্চয় সকলোৰে…

Read More

বিদেশীক নাগৰিকত্ব দিয়াৰ বিৰোধীতা কৰক…

দেশ আৰু জাতিৰ স্বাৰ্থত ___ বিদেশীক নাগৰিকত্ব দিয়াৰ বিৰোধীতা কৰক…                                                                                                                                                                   …

Read More

” ভাষা-সংস্কৃতি আৰু সামাজিক উৎকৰ্ষ সাধনত সন্তান আৰু আমাৰ দায়বদ্ধতা “

” ভাষা-সংস্কৃতি আৰু সামাজিক উৎকৰ্ষ সাধনত সন্তান আৰু আমাৰ দায়বদ্ধতা “                                                                                                   অৰ্পণা হাজৰিকা                                                                                        …

Read More

অতীতক যোৱাঁহে পাহৰি /নতুনক লোৱাহে আদৰি

বৰ্তমান সমাজৰ পৰা লাহে লাহে এলাগী হ’ল কুঁহিয়াৰ শাল,তাঁতশাল, গৰুগাড়ী — – – দিলদাৰ হুছেইন  অতীতক যোৱাঁহে পাহৰি /নতুনক লোৱাহে আদৰি – – – –   কবি যতীন্দ্ৰনাথ দুৱৰাই কোৱা ৰ দৰেই যেন বৰ্তমান সময়ত নতুনক গুৰুত্ব প্ৰদান কৰিছে  এচাম লোকে ।পুৰণি গ্ৰাম্য ব্যৱস্থাই আজিৰ  একো একোখন  সমাজ গঢ় দিয়াত যেন  অসমৰ্থ  হৈছে । আচলতে অসমীয়া সমাজৰ  প্ৰকৃত গৃহিনী কোন ? আজিৰ সমাজত প্ৰকৃত  গৃহিনী বুলিলে এসময়ৰ ঢেঁকীটো, তাঁতশাল ঠিক তাৰ বিপৰীতে কৃষক পৰিয়ালৰ  এটা হালৰ গৰু -ম’হ ,মহফলা , গৰুগাড়ী  আদি  অন্যতম। কিন্তু বৰ্তমান সময়ত  আধুনিকতাৰ ধামখুমীয়াত ক্ৰমান্বয়ে এলাগী…

Read More

সুস্থ মানসিকতাৰ নতুনেৰে গঢ় দিয়ক নৱ-সমাজ

সুস্থ মানসিকতাৰ নতুনেৰে গঢ় দিয়ক নৱ-সমাজ                                                                                শান্তনু কোঁৱৰ চমু কথা— ১/ অামাৰ প্ৰথম পৰিচয় অসমীয়া হিন্দু অামাৰ দ্বিতীয় পৰিচয় । ২/ নমামি অমামি যিমানেই নাপাতক গাৱঁৰ সমস্যা ঢাকি ৰাখিব নোৱাৰে । ৩/ অসমত সংগঠনৰ প্ৰয়োজনীয়তা নাই । বিতংকৈ… ১/ অামি যিমানেই বিজেপি , কংগ্ৰেছ , এজিপি গায় থাকিলেও অামাৰ প্ৰথম চিনাকি…

Read More

নিচাযুক্ত দ্ৰব্য আৰু নৱ-প্ৰজন্ম

                                          নিচাযুক্ত দ্ৰব্য আৰু নৱ-প্ৰজন্ম ছিগাৰেটৰ পেকেটৰ ওপৰত লক্ষ্য কৰিলে স্পষ্ট দেখা যায় যে “smoking is injurious to health”  আৰু মদৰ বটলৰ ওপৰত লিখা থাকে “Drinking of liquor is injurious to health” ৷ কিন্তু আমি জানি বুজিও নুবুজাৰ ভাও জুৰি সেইবোৰ সেৱন কৰো৷ যাৰ বাবে নিচাযুক্ত দ্ৰব্যবোৰৰ জনপ্ৰিয়তা বহুত বেছি৷ সমাজৰ কিছুমান মানুহৰ ধাৰণা যে ছিগাৰেটে মনৰ ক্লান্তি আতৰাই দিয়ে আৰু মদে স্বাস্থ্য ৰক্ষা কৰে৷ বৰ্তমান মাদক দ্ৰব্য সেৱন আমাৰ…

Read More

নাগালিম….

   Manorom Gogoi অৱশেষত ছয় দশকতকৈও অধিক দিনৰ ৰক্তাক্ত সংগ্ৰামৰ পিচত নাগাসকলে স্বাধীন নাগালিমৰ সোৱাদ পোৱাটো প্ৰায় নিশ্চিত হৈছে। যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে নাগা বিদ্ৰোহীসকলৰ সৈতে হোৱা বুজা-বুজিৰ সবিশেষ ৰাজহুৱা কৰা নাই, তথাপি ৰাষ্ট্ৰপতি মহোদয়ৰ ‘টুইট’ আৰু নাগা বিদ্ৰোহী নেতাসকলৰ বক্তব্যৰ পৰা অনুমান কৰিব পাৰি যে নাগা ৰাইজে নিজৰ ভূমি আৰু সম্পদৰ ওপৰত পূৰ্ণ অধিকাৰ সাব্যস্তকৰণৰ জৰিয়তে তওঁলোকৰ স্বাধীনতা আকাংক্ষাৰ সিংহভাগেই পূৰণ কৰিবলৈ সক্ষম হ’ব। ভাৰত ৰাষ্ট্ৰই ইয়াৰ অংগৰাজ্য এখনক পোনছাটেই পূৰ্ণ স্বাধীনতা প্ৰদান কৰিব বুলি ভৱাটো বাতুলামি মাথোন। সেই দিশৰ পৰা নাগাসকলে প্ৰস্তাৱিত নাগালিমৰ মাজেৰে যিখিনি স্বাধীনতা দিল্লীৰ পৰা আজুৰি…

Read More

জীৱন দৰ্শন

                                                  জীৱন দৰ্শন                                                                                                                                                                                                                             …

Read More