উচ্চতম ন্যায়ালয়ত NRC ৰ OI সম্পৰ্কীয় আবেদনৰ চুড়ান্ত শুনানী সম্পন্নঃ ৰায় সংৰক্ষিত

নতুন দিল্লীঃ ২৯.১১.২০১৭ উচ্চতম ন্যায়ালয়ত NRC ৰ OI সম্পৰ্কীয় আবেদনৰ চুড়ান্ত শুনানী সম্পন্নঃ ৰায় সংৰক্ষিত সমগ্ৰ অসমবাসীৰ বহু প্ৰত্যাশিত NRC প্ৰস্তুতকৰনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু NRC ৰ কৰ্তৃপক্ষই সময়ে সময়ে সৃষ্টি কৰি অহা জটিলতাৰ অন্যতম “OI” সমস্যাৰ সমাধানৰ বাবে আমছুৱে দাখিল কৰা IA No. 101687/2017 নং আবেদনৰ আজি ২৯ নৱেম্বৰ, ২০১৭ ইং তাৰিখে দেশৰ উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিতন ফলি নৰিমানৰ খণ্ড বিচাৰপীঠত চুড়ান্ত শুনানী অনুষ্ঠিত হয় । শুনানী কালত আবেদনকাৰী আমছুৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখক ভিত্তি…

Read More

স্পষ্টীকৰণ : দিল্লী একচন কমিতি ফ’ৰ অসম

স্পষ্টীকৰণ দিল্লী একচন কমিতি ফ’ৰ অসমDACA সৰ্বপ্ৰথমেই কঁও যে দিল্লী একচন কমিতি ফ’ৰ অসমে (DACA) অসমৰ বিভিন্ন সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰক্ষেপ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেই উদ্দেশ্য আগত ৰাখিয়েই ১৩ নৱেম্বৰ তাৰিখে দিল্লীৰ কনষ্টিটিউচন ক্লাবত এখন মুকলি সভাৰ আহ্বান কৰা হৈছিল। ইয়ালৈ চি পি আই (এম) দলৰ সৰ্বভাৰতীয় নেতা সীতাৰাম য়েচুৰী, স্বৰাজ অভিযানৰ নেতা অধ্যাপক য়োগেন্দ্ৰ য়াদৱ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দৰ লগতে ড˚ হীৰেন গোঁহাই প্ৰমুখ্যে অসমৰ এদল বুদ্ধিজীৱিকো আমন্ত্ৰণ কৰা হৈছিল। উক্ত সভাখনত প্ৰাক্তন সাংসদ নীলোৎপল বসু, বিশিষ্ট সাংবাদিক পৰাঞ্জয় গুহ ঠাকুৰতা, জমিয়ত উলেমা ই…

Read More