কয়াকুছিত ৰঙালী বিহু উদযাপনৰ ব্যাপক আয়োজন- পাঁচ দিনীয়া বিহু বিষয়ক প্ৰশিক্ষণ শিবিৰ-
Read MoreCategory: সাংস্কৃতিক বাৰ্তা
আমতল ভেৰগাৱঁত বিহু ঢোল বাদন আৰু নাচনী প্ৰশিক্ষণৰ সামৰণি #প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ‘স্বাগতম বহাগ’ অনুষ্ঠান
আমতল ভেৰগাৱঁত বিহু ঢোল বাদন আৰু নাচনী প্ৰশিক্ষণৰ সামৰণি #প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ‘স্বাগতম বহাগ’ অনুষ্ঠান —————————————- দৈনন্দিন বাৰ্তা live@(পবিত্ৰ কুমাৰ দাস) ঢেকীয়াজুলি ১৩মাৰ্চ :ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত আমতল ভেৰগাৱঁৰ শ্বহীদ বাকৰিত আমতল ভেৰগাওঁ ৰঙালী উদযাপন সমিতিৰ উদ্যোগত সপ্তৰ্ষি লোক কলা-কৃষ্টি একাডেমীৰ সহযোগত আয়োজন কৰা বিহু ঢোল বাদন আৰু নাচনীপ্ৰশিক্ষণৰ আজি সামৰণি পৰে ।উল্লেখযোগ্য যে ঢেকীয়াজুলিৰ সপ্তৰ্ষি লোক কলা কৃষ্টি একাডেমীৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে বৃহত্তৰ অঞ্চলটোক সামৰি এই বিহু ঢোল বাদন আৰু বিহু নাচনী প্ৰশিক্ষণ যোৱা ৫ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল । অঞ্চলটোৰ বহু যুৱক -যুৱতীয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণত সপ্তৰ্ষি লোক কলা…
Read Moreবাৰেচহৰীয়া ভাওনা বাতিল
বাৰেচহৰীয়া ভাওনা বাতিল জামুগুৰিহাটৰ ২১ টা নামঘৰত হ’ব ২১ খন ভাওনা পৰম্পৰা ৰক্ষাৰ চেষ্টা দৈনন্দিন বাৰ্তা live, জামুগুৰিহাট , ১১ মাৰ্চ : দুশ বিশ বছৰীয়া সময় পাৰ কৰি জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাই সম্প্ৰতি অসমৰ পৰিসীমা অতিক্ৰম কৰি বহল পৰিসীমাৰ সমাদৰ পোৱাতো কেৱল জামুগুৰিহাটবাসীৰ বাবেই গৌৰৱৰ বিষয় নহয় । এই গৌৰৱৰ অংশীদাৰ সমগ্ৰ অসমবাসীয়েই । প্ৰকৃতিৰ নিষ্ঠুৰ পৰিহাসৰ বাবে প্ৰতিকুল বতৰে এই বেলি জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ সপোন দিঠকত পৰিনত হবলৈ নিদিলে । অথলে গ’ল জামুগুৰিবাসীৰ হাজাৰ হাজাৰ ৰাইজৰ অাশা ,অাৰু দীৰ্ঘ দিনিয়া সপোন তথা প্ৰায় দুমাহৰ পৰা কৰি অহা অশেষ শ্ৰম ।তথাপিও…
Read More“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….)
“কেলেণ্ডাৰ” (১৬ ফেব্ৰুৱাৰী ত ছবিগৃহলৈ….) “কেলেণ্ডাৰ” এখন সামাজিক মনোৰম ধৰ্মী নতুন অসমীয়া কথাছবি অহা ১৬ ফেব্ৰুৱাৰী ত মুক্তি লাভ কৰিব। বৰ্তমান অসমীয়া ছবিজগতৰ বক্স অফিচত মুক্তিৰ পূৰ্বে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কেলেণ্ডাৰ নামৰ ছবিখন। এই ক্ষেত্ৰত ছবিখনৰ মূল বিষয়বস্তু আৰু ছবিখনৰ পৰিয়ালবৰ্গ ই চলোৱা ব্যতিক্ৰমী প্রচাৰে চৰ্চাৰ মূল বুলিব পাৰি। কেলেণ্ডাৰ নামৰ শব্দটোৰ সৈতে আমাৰ প্ৰতিজন লোকৰ এক ওতঃপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে । ঠিক একেদৰে সদ্য মুক্তি পাবলগা ‘কেলেণ্ডাৰ’ ছবিখনো আমাৰ দৈনন্দিন সমাজ জীৱনৰ এখন পৰিয়ালকেন্দ্ৰিক ছবি। ছবিখনৰ কাহিনীভাগত দেখুৱা হৈছে এখন কেলেণ্ডাৰে সলনি কৰি দিছে এখন সৰু নগৰত…
Read More:পুৰণিগুদামত সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সামৰণি:
:পুৰণিগুদামত সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সামৰণি: :শ্ৰেষ্ঠ নাট্যদল বিশ্বনাথ চাৰিআলিৰ “মূৰ্চনা” নাটক—“হৰেণৰ হুঁচৰি”: দৈনন্দিন বাৰ্তা Live@, চামগুৰি, ১১ ফেব্ৰুৱাৰী:—- অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ ব্যৱস্থাপনাত দিনযোৰা কাৰ্যসূচীৰে আয়োজিত একবিংশতিতম্ সদৌ অসম শিশু নাট প্ৰতিযোগিতাখন যোৱা নিশা সফল সামৰণি পৰে৷ পুৰণিগুদাম ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিশু নাট প্ৰতিযোগিতাখনি নাট্যশিল্পী নিৰ্মালী দেৱী সোঁৱৰণি নাট্য সন্ধ্যা মুকলি কৰে সম্বৰ্দ্ধিত ব্যক্তি তথা প্ৰাক্তন সভাপতি বুদ্ধিনাথ কলিতাই আৰু শিক্ষাবিদ লীলা বৰকটকী সোঁৱৰণি নাট্যমঞ্চ মুকলি কৰে প্ৰাক্তন সভাপতি কানু গোস্বামীয়ে৷ নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ সদস্যৰ দ্বাৰা গঠিত “জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়”ৰ…
Read More‘নটৰাজমে’ শিৱসাগৰত মঞ্চস্থ কৰা জুৰী বৰা বৰগোহাঞিৰ ‘নাংফা’। নাট্যৰূপ-পৰিচালনা ৰিতুপন দত্ত।
‘নটৰাজমে’ শিৱসাগৰত মঞ্চস্থ কৰা জুৰী বৰা বৰগোহাঞিৰ ‘নাংফা’। নাট্যৰূপ-পৰিচালনা ৰিতুপন দত্ত। ফটোঃ লক্ষীনন্দন বৰগোহাঞি…
Read Moreজামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ বাবে চন্দ্ৰতাপ চিলোৱাত ব্যস্ত মহিলা
জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ বাবে চন্দ্ৰতাপ চিলোৱাত ব্যস্ত মহিলা দৈনন্দিন বাৰ্তাLive@জোন বৰা ৰিপৰ্ট , জামুগুৰিহাট ,১ ফেব্ৰুৱাৰী : অাৰু মাত্ৰ এটা মাহ ইয়াৰ পাছতেই অনুষ্ঠিত হ’ব জামুগুৰিয়াবাসী ৰাইজৰ স্বভিমান ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা । দিন যিমানেই চমু চাপি অাহিছে সিমানেই যেন ব্যস্ততা বাঢ়িছে জামুগুৰিয়া ৰাইজৰ । পুৰুষ কি মহিলা সকলোৱেই এতিয়া ভাগে ভাগে ব্যস্ত বাৰেচহৰীয়া ভাওনাক লৈ। গুৰু গম্ভীৰ পৰিবেশত হাজাৰ হাজাৰ ভক্ত প্ৰান ৰাইজৰ উপস্থিতিত যোৱা কালি ভাওনা স্থলিত বাৰেচহৰীয়া ভাওনাৰ ধ্বজা স্থাপন কৰাৰ পাছতেই পকামুৱা পথাৰত নিৰ্মান কৰিবলৈ যো যা চলাইছে পদ্ম পুস্প সদৃশ বিশাল বাৰেচহৰীয়া ভাওনাৰ মণ্ডপৰ নিৰ্মানৰ কামৰো…
Read Moreজামুগুৰিহাটত হিন্দু-মূছলমানৰ সম্প্ৰীতি পকামুৰা পথাৰত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ সমুহীয়া হজত নামিল সহস্ৰাধিক মুছলমান ৰাইজ
জামুগুৰিহাটত হিন্দু-মূছলমানৰ সম্প্ৰীতি পকামুৰা পথাৰত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ সমুহীয়া হজত নামিল সহস্ৰাধিক মুছলমান ৰাইজ দৈনন্দিন বাৰ্তা live@ :(জোন বৰা)জামুগুৰিহাট , ২৯জানুৱাৰীঃ জামুগুৰিহাটৰ পকামুৰা পথাৰত আজি হিন্দু-মূছলমানৰ সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰে জামুগুৰিহাটৰ ইছলামধৰ্মী লোক সকলে ৷ অহা ১ মাৰ্চৰ পৰা অনুষ্ঠিত হব লগা বাৰেচহৰীয়া ভাওনা মহোৎসৱ থলী পকামুৰা পথাৰত ভাওনাৰ মণ্ডপ থলীত ৰাজহুৱা হজ তথা শ্ৰম দান সম্পন্ন কৰে জামুগুৰিহাটৰ মূছলমান সম্প্ৰদায়ৰ লোক সকলে ৷হাতে হাতে দা,কোৰ ,কাছি লৈ পকামুৰা পথাৰত ৰাজহুৱা হজ সম্পন্ন কৰে ইছলাম ধৰ্মীয় লোক সকলে ৷ বাকোলা,ইটাখোলা,চামধৰা পানী গাওঁ,ভৰলী চাপৰী,লালটাপু,লুঙি বজাৰ,গটাইমাৰী,দিঘলী চাপৰী,বালিডোঙা আদিকে ধৰি জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ…
Read More৷ অৰিন্দম কৌশিক সোঁৱৰণী ষষ্ঠ বাৰ্ষিকী সদৌ অসম শিশু চেমনীয়া একাংক নাট প্ৰতিযোগিতাৰ সামৰণি৷৷ “বোকা “নাট্য গোষ্ঠীৰ ‘ডেকা ৰজা’ শ্ৰেষ্ঠ নাট্যদল ৷৷
৷৷ অৰিন্দম কৌশিক সোঁৱৰণী ষষ্ঠ বাৰ্ষিকী সদৌ অসম শিশু চেমনীয়া একাংক নাট প্ৰতিযোগিতাৰ সামৰণি৷৷ “বোকা “নাট্য গোষ্ঠীৰ ‘ডেকা ৰজা’ শ্ৰেষ্ঠ নাট্যদল ৷৷ দৈনন্দিন বাৰ্তা Live@, চতিয়া: – চতিয়াত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অৰিন্দম কৌশিক সোঁৱৰণী শিশু চেমনীয়া ষষ্ঠ বাৰ্ষিকী একাংক নাট প্ৰতিযোগিতাৰ কালি সামৰণি পৰে৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও নাট্য দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনিত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে “বোকা” নাট্যগোষ্ঠীৰ ‘ডেকা ৰজা’ নাটকে৷ ২ য় শ্ৰেষ্ঠ দল মূৰ্চ্ছনা,বিশ্বনাথ চাৰিআলিৰ ‘সুৰীয়া সুৰৰ আবেলি’,৩ৃতীয় শ্ৰেষ্ঠ দল অভিনয়া আৰু জংকী বৰঠাকুৰ পৰিবেশ্য কলা কেন্দ্ৰ,গুৱাহাটীৰ “লাইট কেমেৰা চাউণ্ড এক্সন”,শ্ৰেষ্ঠ নাট্যকাৰ বিষ্ণু…
Read Moreচতিয়া নাট্য ভৱনত অৰিন্দম কৌশিক সোঁৱৰণী শিশু-চেমনীয়া নাট প্ৰতিযোগিতা আৰম্ভ
চতিয়া নাট্য ভৱনত অৰিন্দম কৌশিক সোঁৱৰণী শিশু-চেমনীয়া নাট প্ৰতিযোগিতা আৰম্ভ দৈনন্দিন বাৰ্তাLive@চতিয়া:২৭জানুৱাৰী: আজি পুৱা ১১বজাৰ পৰা চতিয়া নাট্য ভবনত সঁফুৰাৰ উদ্যোগত চতিয়া নাট্য সমাজৰ সহযোগত ষষ্ঠ বাৰ্ষিক ‘অৰিন্দম কৌশিক সোঁৱৰণী ‘ শিশু – চেমনীয়া নাট প্ৰতিযোগিতা আৰম্ভ হয়। দুদিনীয়া এই নাট প্ৰতিযোগিতাখনি উদ্বোধন কৰে চতিয়া নাট্য সমাজৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। নাট উদ্বোধনৰ পিছতে অৰিন্দম কৌশিকৰ সোঁৱৰণত “অৰিন্দম” নামৰ এখনি স্মৃতি গ্ৰন্থ উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াই। ২৭ আৰু ২৮ জানুৱাৰীত দুয়োদিনা অনুষ্ঠিত হবলগীয়া এই নাট প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ দহ টি নাট্য দলে অংশগ্ৰহণ…
Read Moreঅসমীয়া শিল্পীৰ কন্ঠত প্ৰাণ পাই উঠা সংস্কৃত ভাষাৰ দেশপ্ৰেম মূলক গীত গণতন্ত্ৰৰ দিবসৰ দিনা প্ৰচাৰ হব দিল্লী দূৰদৰ্শনত দৈনন্দিন বাৰ্তা Live@নগাঁও,২৫ জানুৱাৰী:ভাৰতীয় সংগীতক সংস্কৃত ভাষাৰ মাধ্যমেৰে বিশ্বসভালৈ প্ৰেৰণ কৰিব খোজা আৰু মহাপুৰুষ শংকৰদেব, ভূপেন হাজৰিকাকে ধৰি বহুজনৰ জনপ্ৰিয় গীত সংস্কৃত ভাষালৈ অনুবাদ কৰাৰ লগতে পৰিবেশন কৰি দেশজুৰি জনপ্ৰিয়তা লাভ কৰা শিল্পী ৰঞ্জন বেজবৰুৱাই পৰিবেশন কৰা ভাৰতৰ প্ৰসিদ্ধ দেশপ্ৰেমমূলক গীত ‘ডাল ডাল দাল পৰ/ সোণে কী চিৰিয়া কৰতী হ্যে বছেৰা’ শীৰ্ষক গীতটোৰ সংস্কৃত অনুবাদ ‘ৰচয়ন্তি কাঞ্চন-শকুন্তা: স্বং প্ৰতিশাখং যত্ৰ কুলায়ম্’ গণতন্ত্ৰ দিৱস উপলক্ষে দিল্লী দূৰদৰ্শন( ডিডি নিউজ)ত সম্প্ৰচাৰৰ বিশেষ ব্যবস্থা কৰিছে…
Read Moreভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতাজন
*ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতাজন* _____________________ ভ্ৰাম্যমান মঞ্চৰ এজন বলিষ্ঠ অভিনেতা , যিজন অভিনেতাই নিজৰ স্বকিয় অভিনয়ৰে অভিনয় কৰি ভ্ৰাম্যমান মঞ্চজগতত এখন সুকিয়া স্থান দখল কৰি আছে । নাম তেখেতৰ নিৰঞ্জন দাস । মনালিছা থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমান থিয়েটাৰ জগতত প্ৰৱেশ কৰা এই জন অভিনেতাই জীৱনৰ বহুকেইটা বসন্ত পাৰ কৰিলে ভ্ৰাম্যমানৰ মঞ্চতেই । এখেতে অভিনয় কৰা প্ৰথম খন হিট নাটক আছিল নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ “ৰাজাবাবু” যত তেখেতে নাম ভূমিকাত অভিনয় কৰিছিল । গাঁৱৰ নামঘৰৰ ভাওনাত প্ৰথমে ৰাধা হৈ অভিনয় জীৱনৰ পাতনি মেলিছিল বৰ্তমান সময়ৰ ভ্ৰাম্যমাণৰ বলিষ্ট অভিনেতা নিৰঞ্জন দাসে | এমেছাৰ নাটক ,…
Read More_আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিচয় আশীৰ্বাদ থিয়েটাৰ
_আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিচয় আশীৰ্বাদ থিয়েটাৰৰ পুণৰ জন্ম_ *নতুনৰ সৃষ্টি আশীৰ্বাদৰ অন্য এক লক্ষ্য* …… _____________________ তিনিবছৰ বিৰতিৰ পিছত অভিনৱ আয়োজনেৰে পুণৰ ভ্ৰাম্যমাণৰ বৰপথাৰত বহু নতুনত্বৰ সংযোজনেৰে আধুনিকতাৰ পৰশলৈ উভতিছে প্ৰয়াত ৰবীগ নেওগৰ স্মৃতি বিজড়িত আশীৰ্বাদ থিয়েটাৰ । ৰবীন নেওগ এটা অনুষ্ঠান , আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল কিন্তু সেই অনুষ্ঠানটোৰ পুনৰ জন্ম হৱ ওলাইছে । ২০১৮/১৯ নাট্যবৰ্ষত যুৱ প্ৰযোজক সৌৰভ গোস্বামী আৰু তন্ময় বৰ্মনৰ নেতৃত্বত আশীৰ্বাদ থিয়েটাৰৰ প্ৰস্তুতি বৰ্তমান তুংগত । ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত আশীৰ্বাদ থিয়েটাৰৰ বেনাৰ পোষ্টাৰ লাগি গৈছে । ৰঙিয়াস্থিত আখৰা শিৱিৰত পূৰ্ণোদনে কাম চলি…
Read Moreভ্ৰাম্যমাণৰ সংলাপ প্ৰধান নাটক , উৎকৃষ্ট কাহিনী আৰু অনবদ্য অভিনয়
ভ্ৰাম্যমাণৰ সংলাপ প্ৰধান নাটক , উৎকৃষ্ট কাহিনী আৰু অনবদ্য অভিনয় *তেওঁ যদি গোটেই জীৱনটো এটা শিল হৈ কটাম বুলি ভাৱিছে ময়ো সেই শিলক দেৱীৰুপে পূজা কৰি যাম* । ________________ নলবাৰী ৰাস মহোৎসৱত অসমৰ আগশাৰীৰ ৮ টা ভ্ৰাম্যমাণ নাট্যদলে নাট প্ৰদৰ্শন কৰে । তাৰ মাজতেই বৃহৎ সাফল্য অৰ্জন কৰি উজ্বলি উঠে ৰাজশ্রী থিয়েটাৰৰ আত্মাৰ আৰ্তনাদ নাটকখন । ৫ দিনত ১১ টা দৰ্শনী সম্পন্ন কৰা নাটকখনত নাই কোনোধৰণৰ কাৰিকৰী কৌশল । কাৰিকৰী কৌশলবিহীন নাটক উপভোগ কৰা দৰ্শক যে বহুত আছে , এই কথা প্ৰমাণ হ’ল ৰাজশ্ৰী থিয়েটাৰৰ আত্মাৰ আৰ্তনাদ নাটকখনৰ যোগেদি !!…
Read Moreকলকাতাত নগাৱঁৰ শিল্পী বিজয় বিশ্বাসৰ সংগীতানুষ্ঠান
কলকাতাত নগাৱঁৰ শিল্পী বিজয় বিশ্বাসৰ সংগীতানুষ্ঠান দৈনন্দিন বাৰ্তা Live@(নয়ন মনি বৰা),পুৰণিগুদাম,৪ডিচেম্বৰ—অসমৰ এগৰাকী প্ৰতিভা সম্পন্ন কন্ঠ শিল্পী বিজয় বিশ্বাস ৷নগাৱঁৰ এইগৰাকী কন্ঠ শিল্পীয়ে সঙ্গীতৰ প্ৰতি থকা অগাধ হেপাহৰ বাবেই চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো সংগীত চৰ্চা অব্যাহত ৰাখিছে ৷বিগত ৩৫বছৰ ধৰি বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰি অহা শিল্পী গৰাকীয়ে নগাওঁ অনাতাঁৰ কেন্দ্ৰ,নগাওঁ টকচ,বি এম চি নিউজ,প্ৰাগ নিউজ আৰু নিউজ লাইভ চেনেলত গীত পৰিবেশন কৰি সমাদৰ লাভকৰাৰ উপৰিও বৰ্তমান কলকাতাৰ টেলিভিচন চেনেল উত্তৰ বাংলা,চিটিভিএন,আমাৰ চেনেল আদিত সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত বাংলা আৰু অসমীয়া ভাষাত পৰিবেশন কৰাৰ লগতে গোৱালপৰীয়া আৰু কামৰূপী লোকগীত পৰিবেশন কৰি…
Read Moreবেহাৰবাৰী আউটপোষ্ট”ৰ জনপ্ৰিয় অভিনেত্ৰী মণিৰ বিবাহ সম্পন্ন
বেহাৰবাৰী আউটপোষ্ট”ৰ জনপ্ৰিয় অভিনেত্ৰী মণিৰ বিবাহ সম্পন্ন: দৈনন্দিন বাৰ্তাৰ Live,(নয়ন মনি বৰা),পুৰণিগুদাম, ৪ডিচেম্বৰ:— নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী পহুকটাত যোৱা কালি হৈ যোৱা এখন বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ এই বিয়াখনক লৈ চামগুৰি আৰু পুৰণিগুদাম অঞ্চলত ব্যাপক আনন্দ উল্লাসৰো সৃষ্টি হ’ল। বেহাৰবাৰী আউটপোষ্টৰ এক আকৰ্ষণীয় চৰিত্ৰ কে কে-ৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰি অসমবাসীৰ সমাদৰ লাভ কৰা মণিৰ যোৱাকালি লক্ষীমপুৰৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।চামগুৰিৰ পহুকটাৰ পৰা অভিনয়ৰ বাবে গুৱাহাটীলৈ গৈ ৰেঙনি টি ভি-ৰ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত অভিনয় কৰা পাপৰি বৰাই (মণি) যোৱা কালি নিজৰ সাংসাৰিক জীৱন আৰম্ভ কৰে লক্ষীমপুৰৰ…
Read More