কেঞ্চাৰ ৰোগীক চেক প্ৰদান

Spread the love

Sharing is caring!

কেঞ্চাৰ ৰোগীক চেক প্ৰদান

দৈনন্দিন বাৰ্তাLive(যতীন বৰা)নগাবাট,৬জানুৱাৰী :-গোলাঘাট  জিলাৰ গোলাঘাট সমষ্টিৰ অন্তৰ্গত গমাৰিশুৰি উন্নয়ন খণ্ডত এলেকাৰ ৩নং তৰানি গাঁৱৰ নিবাসী ডম্বৰু বৰা পত্নী গোলাপী বৰা কেঞ্চাৰ ৰোগীত আক্ৰান্ত হৈ থকা ত তেওঁৰ সু-চিকিৎসা বাবে মূখ্য মন্ত্ৰী ৰ সাহাৰ্য্য পুঁজিৰ পৰা ২০,০০০টকা এখন চেক যোগে সাহাৰ্য্য আগ বঢ়াই অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাচ উপসভানেত্ৰী নিমিষা সন্দিকৈ য়ে ৫/১/২০১৮তাৰিখে ৰোগী গৰাকীক নিজেই ঘৰলৈ গৈ ৰাইজৰ আগত স্থানীয় বিজেপি প্ৰভাৰী গবেন গগৈ হাতে উক্ত চেক খনি ৰোগী গোলাপী বৰাক প্ৰদান কৰে ।

Related posts

Leave a Comment