Home উত্তৰ-পূব মাৰাথান দৌৰ প্ৰতিযোগিতা আয়োজন

মাৰাথান দৌৰ প্ৰতিযোগিতা আয়োজন

47
0

DB Live, মদাৰখাটঃ সদৌ অসম মটক যুৱ -ছাত্ৰ সন্মিলন চিৰিংহোলা আঞ্চলিক সমিতিৰ সৌজন্যত তথা চিৰিংহোলা বাসী ৰাইজৰ আতিথ্যত অহা ৫ আৰু ৬ জানুৱাৰীত আয়োজন কৰিছে মাৰাথান দৌৰ প্ৰতিযোগিতা।

দুদিনীয়াকৈ কাৰ্যসূচীৰে প্ৰয়াত বিশ্ববৰণ্য শিল্পী ডঃভূপেন হাজৰিকাৰ প্ৰবিত্ৰ স্মৃতিত অষ্টম বাৰ্ষিক সদৌ ডিব্ৰুগড় জিলা ভিত্তিত মাৰাথান দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছে বুলি চিৰিংহোলা আঞ্চলিক যুৱ-ছাত্ৰ সন্মিলনৰ সমিতিৰ সভাপতি প্ৰশান্ত দত্ত আৰু সাধাৰণ সম্পাদক লম্বোদৰ কোৱৰে জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here