Home অসম সোণাৰি পঞ্চায়তৰ ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী হিংসা

সোণাৰি পঞ্চায়তৰ ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী হিংসা

65
0
  • চৰাইদেউৰ সোণাৰি পঞ্চায়তৰ ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী সংঘৰ্ষ।
  • নিৰ্বাচনী বিধি উলংঘনেৰে ভোট কেন্দ্রত  উপস্থিত হৈ প্ৰচাৰ চলাইছিল  সোণাৰি পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী প্ৰকাশ তাছাই।
  • বিজেপি সমৰ্থিত ৱাৰ্ড সদস্য প্ৰাৰ্থী শচীন মানকিয়ে ইয়াৰ বিৰোধিতা কৰাত আক্ৰমণ কৰে প্ৰকাশ তাছাই।
  • সোণাৰি থানাত প্ৰকাশ তাছাৰ বিৰুদ্ধে গোচৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here